• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিগ বছ’ৰ ঘৰত অশান্তি, বিবাহৰ পাছতো কিয় স্বামীৰ সৈতে নাথাকে অংকিতা লোখাণ্ডে?

‘বিগ বছ’ৰ ঘৰত অশান্তি, বিবাহৰ পাছতো কিয় স্বামীৰ সৈতে নাথাকে অংকিতা লোখাণ্ডে?

2 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

28 minutes ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

1 hour ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

2 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

3 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

4 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

5 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

6 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

8 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

8 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘বিগ বছ’ৰ ঘৰত অশান্তি, বিবাহৰ পাছতো কিয় স্বামীৰ সৈতে নাথাকে অংকিতা লোখাণ্ডে?

editor by editor
November 3, 2023
in চিনেমা, বিনোদন, ভাৰত
0
‘বিগ বছ’ৰ ঘৰত অশান্তি, বিবাহৰ পাছতো কিয় স্বামীৰ সৈতে নাথাকে অংকিতা লোখাণ্ডে?
0
SHARES
14.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অংকিতা লোখাণ্ডে আৰু ভিকি জৈনৰ বিবাহৰ মাত্ৰ দুবছৰ যদিও বৈবাহিক জীৱনৰ তিক্ত অভিজ্ঞতাই যেন যুগ যুগ ধৰি চুইছে অংকিতাক। জীৱনটোক ভাললগা ধৰণে সজাবলৈ লোৱাৰ সময়ত পূৰ্বেও উজুটি খাইছিল অভিনেত্ৰী অংকিতাই। তাৰপিছতেই বহু ভাৱিগুণি বিকি জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অংকিতা। ২০২১ চনত বিকি জৈনৰ সৈতে অংকিতাই বিবাহপাশত আৱদ্ধ হয়।

বিগ বছ-১৭ত বিকি আৰু অংকিতাই একেলগে এণ্ট্ৰী মাৰিছে। তাত ভৰি দিয়াৰ পাছতেই বিকি আৰু অংকিতাৰ সম্পৰ্কত যেন দূৰত্ব আহিছে। এই শ্ব’ত আহিয়েই আকৌ এবাৰ অংকিতাই ৰোমন্থন কৰিছে সুশান্তৰ সৈতে থকা সম্পৰ্কৰ কথা। বাৰে বাৰে অংকিতাৰ মুখত শুনা গৈছে প্ৰাক্তন প্ৰেমিক সুশান্তৰ কথা। এই শ্ব’ত দেখা অনুসৰি বিকি আৰু অংকিতাৰ সম্পৰ্ক যেন কৰোবাত মধুৰ নহয়।

অংকিতাই বিবাহত সম্পৰ্কৰ কথা কওঁতেই বহুসময়ত উল্লেখ কৰিছে যে, বিয়া হোৱাৰ দুবছৰ হ’ল যদিও তেওঁলোক দুয়ো পৃথকে পৃথকেই থাকে। বিতৰ্কিত শ্ব’ বিগ বছতো কথাই কথাই বিকিয়ে অংকিতাক অপমান কৰা দেখা গৈছে। অংকিতাক কৰা অপমানক লৈ ইতিমধ্যেই তেওঁৰ অনুৰাগীমহলে শ্বেয়াৰ কৰিছে নানান পোষ্ট। বিবাহৰ পূৰ্বে অংকিতা আৰু বিকিৰ মাজত আছিল দুবছৰীয়া প্ৰেমৰ সম্পৰ্ক। প্ৰেমৰ অন্ততেই দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। অংকিতাৰ স্বামী বিকিৰ বন্ধুত্বসুলভ আচৰণক বহুতে প্ৰশংসা কৰিলেও অংকিতাৰ প্ৰতি বিকিৰ আচৰণক কিন্তু সকলোৱে সমালোচনা কৰিছে। নেটিজেনে বিকিক টক্সিক আখ্যাও দিছে। এই বিষয়টোক লৈ ছলমানেও ধমকি দিছে অংকিতাৰ স্বামী বিকি জৈনক।

ছলমানৰ গালিয়েও যে গা লৰাব পৰা নাই বিকিৰ সেই কথা চলিত বিগবছৰ এপিচোডসমূহতেই স্পষ্ট। বিবাহৰ পাছতো কিয় অংকিতা বিকিৰ সৈতে নাথাকে সেই কাৰণ মুকলিকৈ নকলেও বিকিৰ আচৰণেই কৰোবাত সেই কথাৰ প্ৰমাণ দিছে। বিকি ব্যৱসায়ী যাৰবাবে তেওঁ বেছিভাগ সময়তেই ছত্তীছগড়ৰ বিলাসপুৰত থাকে। অংকিতাই এই সন্দৰ্ভত কয়, ‘বিবাহৰ পাছত খুব বেছি ২০ দিনহে আমি লগত আছো। বিকিয়ে ব্যৱসায়ৰ কামত বাহিৰতেই থাকে।’ বিগ বছলৈ অংকিতাই স্বামীৰ সৈতে এণ্ট্ৰী মৰাৰ প্ৰধান কাৰণেই আছিল দুয়ো দুয়োকে ভালধৰণে লগ পোৱা, বুজি উঠা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
Next Post
১২ নে ১৩ত দীপাৱলী? জানি লওক দীপাৱলীৰ তাৰিখ আৰু পূজাৰ শুভক্ষণ

১২ নে ১৩ত দীপাৱলী? জানি লওক দীপাৱলীৰ তাৰিখ আৰু পূজাৰ শুভক্ষণ

২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং? ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং? ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.