অসম লাইভ ২৪ঃ গণতন্ত্ৰ দিৱসত দিল্লীত কৃষক আন্দোলনে লোৱা হিংসাত্মক ৰূপৰ বাবে স্তিমিত হৈছে কৃষক আন্দোলন। অৱশ্যে গাজিপুৰ সীমাত কৃষকসকলে এতিয়াও ধৰি ৰাখিছে আন্দোলনতো। এনে সময়চোৱাতে সমাজবাদী নেতা আন্না হাজাৰে কৃষকসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই পুনৰ অনশন কৰিব বুলি জানিবলৈ দিয়ে। মহাত্মা গান্ধীৰ মৃত্যু তিথি ৩০ জানুৱাৰীৰে পৰা আমৰণ অনশন কৰিব আন্না হাজাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ