• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

4 months ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

2 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

2 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

3 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

3 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

4 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

5 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

6 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

6 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

7 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

8 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

9 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

এইবাৰ বৈভৱৰ কনিষ্ঠ ভাতৃৰ খেলপথাৰত সংহাৰ

editor by editor
June 15, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ক্ৰিকেটৰ খেলপথাৰত যেন এতিয়া কেৱল সূৰ্যবংশীৰেই ৰাজত্ব চলিছে। ক্ৰিকেট অনুৰাগীৰ নতুন আকৰ্ষণ হৈ পৰিছে সূৰ্যবংশী। পিছে সূৰ্যবংশী মানে কেৱল বৈভৱ সূৰ্যবংশীয়েই নহয়, ক্ৰিকেটৰ খেলপথাৰত প্ৰতিপক্ষৰ বলাৰৰ বাবে ককায়েকৰ দৰে ত্ৰাসৰ কাৰণ হৈ পৰিছে বৈভৱ সূৰ্যবংশীৰ কনিষ্ঠ ভাতৃও। বিস্ময় বালক বৈভৱ সূৰ্যৱংশীৰ পিছত কনিষ্ঠ ভাতৃ আশীৰ্বাদ সূৰ্যৱংশীয়েও খেলপথাৰত দেখুৱাইছে ককায়েকৰ দৰেই অসাধৰণ প্ৰতিভা। মাত্ৰ ১০ বছৰ বয়সতে আশীৰ্বাদ সূৰ্যবংশীয়ে সমষ্টিপুৰৰ স্থানীয় এখন অনুশীলনী মেচত চমৎকাৰ দেখুৱাবলৈ সক্ষম হৈছে। মেচখনত প্ৰতিপক্ষক বলাৰক ত্ৰাহি মধুসূদন সোঁৱৰাই শতক অৰ্জন কৰি ক্ৰিকেটপ্ৰেমীসকলক মুগ্ধ কৰিছে।

২০ টা চাৰি আৰু এটা ছিক্সাৰেৰে আশীৰ্বাদৰ দুৰ্দান্ত শতক

বিহাৰৰ সমষ্টিপুৰত অনুষ্ঠিত হোৱা মেচখনত ক্ৰিকেট একাডেমী তাজপুৰৰ হৈ খেলি আশীৰ্বাদে ৮৭টা বলত ১০৩ ৰান সংগ্ৰহ কৰে। এয়া আশীৰ্বাদৰ ক্ৰিকেট জীৱনৰ প্ৰথম শতক। বিশেষকৈ, তেওঁ ২০টা চাৰি আৰু এটা ছিক্সাৰৰ সহায়ত মুঠ ৮৬ ৰান কেৱল বাউণ্ডেৰীৰ জৰিয়তেই সংগ্ৰহ কৰে। ১০ বছৰীয়া কিশোৰ এজনৰ বাবে এয়া ডাঙৰ কথা। বৈভৱ সূৰ্যৱংশীৰ দৰে আশীৰ্বাদেও আক্রমণাত্মক বেটিং শৈলীৰ বাবে সমষ্টিপুৰৰ বিভিন্ন ক্ৰিকেট একাডেমীত পৰিচিত। আশীৰ্বাদৰ এই ইনিংছটোত আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক মনোভাৱেৰে বেটিং কৰি প্ৰতিপক্ষৰ বলাৰসকলৰ বাবে মূৰৰ কামোৰণি হৈ পৰে। বৈভৱ আৰু আশীৰ্বাদৰ ডাঙৰ ভাতৃ উজ্জ্বল সূৰ্যৱংশীয়ে এই শতকীয় ইনিংছটোৰ তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।
বৰ্তমান আশীৰ্বাদে বিহাৰত ক্ৰিকেটৰ প্ৰশিক্ষণ লৈ আছে। বৈভৱৰ দৰে আশীৰ্বাদেও আক্ৰমণাত্মক বেটিঙকেই নিজৰ শক্তি হিচাপে গণ্য কৰে। আশীৰ্বাদৰ শতকৰ সৌজন্যত ক্ৰিকেট একাডেমী তাজপুৰে ২৯.৫ অভাৰত ৪ উইকেট হেৰুৱাই ২৩৪ ৰান সংগ্ৰহ কৰে। দলটোৰ আন এগৰাকী বেটছমেন শিৱম ৰাজে ৭৫টা বলত ৫২ ৰানৰ বৰঙণি আগবঢ়ায়। ক্ৰিকেট অনুৰাগীসকলৰ মাজত এতিয়া লাহে লাহে আশীৰ্বাদ সূৰ্যবংশীক লৈও চৰ্চা আৰম্ভ হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Vaibhav Sooryavanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ'ব পাৰে এই ৰোগৰ স্বীকাৰ

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.