• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত পুনৰ অসম আৰক্ষীৰ দালালবিৰোধী অভিযান। ২১০ৰো অধিক আৰক্ষী থানাত গ্রেপ্তাৰ কৰা হৈছে দালাল…

ৰাজ্যত পুনৰ অসম আৰক্ষীৰ দালালবিৰোধী অভিযান। ২১০ৰো অধিক আৰক্ষী থানাত গ্রেপ্তাৰ কৰা হৈছে দালাল…

5 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

4 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

4 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

5 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

5 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

6 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

6 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

7 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

8 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

9 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

10 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

10 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ৰাজ্যত পুনৰ অসম আৰক্ষীৰ দালালবিৰোধী অভিযান। ২১০ৰো অধিক আৰক্ষী থানাত গ্রেপ্তাৰ কৰা হৈছে দালাল…

editor by editor
January 16, 2022
in অপৰাধ, অসম, গুৱাহাটী
0
ৰাজ্যত পুনৰ অসম আৰক্ষীৰ দালালবিৰোধী অভিযান। ২১০ৰো অধিক আৰক্ষী থানাত গ্রেপ্তাৰ কৰা হৈছে দালাল…
0
SHARES
174
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্যত পুনৰ আৰম্ভ হৈছে অসম আৰক্ষীৰ দালালবিৰোধী অভিযান। এইবাৰ ২১০ ৰো অধিক আৰক্ষী থানাত গ্রেপ্তাৰ কৰা হৈছে দালাল। এজাহাৰ লিখি দিয়াৰ নামত ৰাইজৰ পৰা সংগ্রহ কৰিছিল বৃহৎ পৰিমানৰ ধন। ৰাজ্যৰ ভিন্ন থানাত বাহৰ পাতি আছিল ধৃত দালালে। যাৰ বাবে আৰক্ষীয়ে পুনৰ আৰম্ভ কৰিছে দালালবিৰোধী অভিযান।

ছয়গাঁও, বকোত ১৩টাকৈ থানাৰ দালালক আটক কৰা হৈছে। আনহাতে গৰৈমাৰী আৰক্ষীয়ে ৫টাকৈ দালাল আটক কৰিছে। জোৰশিমুলি আৰক্ষীয়ে আটক কৰিছে ২টা দালাল। সোণতলী আৰক্ষীয়ে আটক কৰিছে ৫টাকৈ দালাল।

উজনিৰ যোৰহাটতো ৯জন, শিৱসাগৰত ৬জন, গোলাঘাটত ৫জন দালালক আটক কৰা হৈছে। ডিব্ৰুগড়ত ৫জনক আটক, চৰাইদেউত আটক ২জন দালালক। একেদৰে বিশ্বনাথ চাৰিআলিত ৭জনক, শোণিতপুৰত আটক কৰা হৈছে ৬জন দালালক। লখিমপুৰত ৮জন, ওদালগুৰিত ৬জন, ধেমাজিত ৫জন, হোজাইত ৮জন, নগাঁৱত ১২টা দালালক আৰক্ষীয়ে আটক কৰিছে।

দক্ষিণ শালমাৰা, মানকাছৰত ৫টাকৈ দালালক আটক কৰাৰ লগতে ধুবুৰীত ৭জনক, বজালীত ১জনক, গোৱালপাৰাত ১৩জনক, বঙাইগাঁৱত ১২জনক, বৰপেটাত ৩জনক আটক কৰিছে আৰক্ষীয়ে। কৰিমগঞ্জত ১০জন, কোকৰাঝাৰত ৭জন, কাছাৰত ১০জন, কামৰূপত ৩৭জন, দৰঙত ৯জনক আটক কৰিছে আৰক্ষীয়ে। মহানগৰীটো হাত সাৰি নগ’ল দালাল। গুৱাহাটীত ৮জন দালাল আটক কৰিছে আৰক্ষীয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: anti broker mission of assam policeasom live 24assam ka tazza khabarassam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?
অপৰাধ

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

September 27, 2026
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক
অসম

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

September 27, 2026
Next Post
কোন বাৰু এওঁ? চিনি পাইছে নে আপুনি? এই মৰম লগা মূখখন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী…

কোন বাৰু এওঁ? চিনি পাইছে নে আপুনি? এই মৰম লগা মূখখন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী...

ৰাজ্যৰ এইসকল লোকক চৰকাৰী SOP আৰু প্ৰশাসনৰ নিয়মে নোম এডালো চিঙিব নোৱাৰিলে

ৰাজ্যৰ এইসকল লোকক চৰকাৰী SOP আৰু প্ৰশাসনৰ নিয়মে নোম এডালো চিঙিব নোৱাৰিলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.