• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যৰ এইসকল লোকক চৰকাৰী SOP আৰু প্ৰশাসনৰ নিয়মে নোম এডালো চিঙিব নোৱাৰিলে

ৰাজ্যৰ এইসকল লোকক চৰকাৰী SOP আৰু প্ৰশাসনৰ নিয়মে নোম এডালো চিঙিব নোৱাৰিলে

5 years ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

24 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

3 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

4 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

5 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

23 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যৰ এইসকল লোকক চৰকাৰী SOP আৰু প্ৰশাসনৰ নিয়মে নোম এডালো চিঙিব নোৱাৰিলে

এইসকল লোকে ৰাজ্যত এটা দিনতে গঢ়িলে অভিলেখ

editor by editor
January 16, 2022
in অসম, খাদ্য, গুৱাহাটী, জীৱনশৈলী, বাণিজ্য
0
ৰাজ্যৰ এইসকল লোকক চৰকাৰী SOP আৰু প্ৰশাসনৰ নিয়মে নোম এডালো চিঙিব নোৱাৰিলে
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কৰোণাই সলনি কৰিলে সমাজ ব্যৱস্থা। কৰোণাই সলনি কৰিলে আৰ্থিক ব্যৱস্থা। কৰোণাই সলনি কৰিলে যাতায়াত আৰু চলন-ফুৰনৰ ব্যৱস্থা। অৰ্থাৎ কৰোণাৰ কাৰণে প্ৰায় সম্পূৰ্ণ সলনি হ’ল আমাৰ পাৰিপাৰ্শ্বিক সমাজ ব্যৱস্থা। কিন্তু অসমৰ একাংশ লোকক কৰোণা, SOPৰ কোনো কঠোৰতায়ো নোম এডালো চিঙিব নোৱাৰিলে।

বৰঞ্চ তেওঁলোকৰ সক্ৰিয়তা কৰোণা কালত পূৰ্বতকৈ বৃদ্ধি পালে। আৰু সেই বিশেষ ব্যক্তি সকল হ’ল আমাৰ ৰাজ্যৰ সুৰাপায়ীসকল। কোভিড পৰিস্থিতিত সমাজৰ নিয়ম সলনি হ’ল কিন্তু সুৰাপায়ীসকলৰ কোনো নিয়ম সলনি নহ’ল। তেওঁলোক পূৰ্বতে যেনে থাকিল কৰোণা কালতো তেওঁলোকৰ নিজৰ স্থিতি সেই একেই থাকিল। কাৰণ অসমৰ একাংশ সচেতন ৰাইজক আচৰিত কৰি তুলিছে এটা বিশেষ তথ্যই। সেই তথ্য হৈছে মাঘ বিহু আৰু ৩১ ডিচেম্বৰত ৰাজ্যত বিক্ৰি হোৱা সুৰাৰ হিচাপে।

তথ্য অনুসৰি অভিলেখ সৃষ্টি কৰি কেৱল উৰুকাৰ দিনটোতে গুৱাহাটী মহানগৰত সুৰাৰ বিক্ৰি হৈছিল ২.৭৫ কোটি টকা। আৰু মাত্ৰ এটা দিনত বিক্ৰি হোৱা এই ধনৰ পৰিমাণ নিতান্তই আমাৰ ৰাজ্যখনৰ আৰ্থিক দিশটোৰ সৱল কৰাৰ বাবে খুবেই এক আশাব্যঞ্জক খৱৰ । কিন্তু ইয়াৰ বিপৰীতে অসমৰ সমাজ জীৱনৰ বাবে এই খৱৰ অত্যন্ত দুখজনক খৱৰ। কিয়নো সুৰা বিক্ৰিৰ লগে লগে ৰাজ্যত পূৰ্বতকৈ বৃদ্ধি হৈছে সুৰাসেৱন কৰা লোকৰ সংখ্যা।

যি খৱৰে ৰাজ্যখনৰ এটা অতি ভয়াৱহ দিশ এটাক উন্মোচিত কৰিছে। ইয়াৰ পূৰ্বেও ৩১ ডিচেম্বৰ দিনটোত কেৱল মহানগৰত বিক্ৰি হৈছিল অভিলেখ সংখ্যক সুৰা। যাৰ মুঠ ধনৰ পৰিমাণ আছিল প্ৰায় ৬ কোটি টকা। আৰু সুৰা বিক্ৰি কৰি গঢ়া এই অভিলেখ নিশ্চয় কৈ আমাৰ সমাজৰ বাবে এক ইতিবাচ দিশ কেতিয়াও হ’ব নোৱাৰে। এয়া ৰাজ্যবাসীৰ বাবে চিন্তাৰ কাৰণ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam live 24axom live 24record of wine selling in assamWINE CONSUMER
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
Next Post
‘পুষ্পা’ ছবিৰ ‘চামি চামি’ গানেৰে আকৌ খলকনি কিলি পলৰ

'পুষ্পা' ছবিৰ 'চামি চামি' গানেৰে আকৌ খলকনি কিলি পলৰ

লতা দিদি কুশলে আছেনে?

লতা দিদি কুশলে আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.