• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লতা দিদি কুশলে আছেনে?

লতা দিদি কুশলে আছেনে?

5 years ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

11 minutes ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

22 minutes ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

41 minutes ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

1 hour ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

2 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

4 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

5 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লতা দিদি কুশলে আছেনে?

পাকিস্তানতো চলিছে সুস্বাস্থ্য কামনাৰ দোৱা

editor by editor
January 16, 2022 - Updated on January 17, 2022
in অসম, ক'ভিড-১৯, চিনেমা, বিশ্ব, ভাৰত, সংগীত, স্বাস্থ্য
0
লতা দিদি কুশলে আছেনে?
0
SHARES
785
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ লতা দিদি কুশলে আছেনে? সম্প্ৰতি মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা ভাৰত গৌৰৱ লতা মংগেশকাৰক উদ্বিগ্নতা বৃদ্ধি পাইছে অনুৰাগীসকলৰ মাজত৷ কিয়নো বিগত সপ্তাহতে ক’ৰোনাৰ লগতে নিউম’নিয়াত আক্ৰান্ত কোকিলকণ্ঠী গায়িকাগৰাকী এইপৰ্যন্ত অন্য লোকক সাক্ষাৎ কৰাৰ পৰা বাৰণ কৰি ৰাখিছে হাস্পতাল কৰ্তৃপক্ষই৷

ভাৰত মানেই যেন লতা মংগেশকাৰ৷ চিৰবৈৰী পাকিস্তানৰ ৰাজনৈতিক নেতায়ো ধেমালিৰ ছলেৰে এদিন কৈয়ে দিছিল- আপোনালোকে আমাক লতা মংগেশকাৰক দিয়ক, আমি কাশ্মীৰ আপোনালোকক দিম৷ এনে এগৰাকী জনসন্মোহিনী কণ্ঠৰ অধিকাৰীৰ স্বাস্থ্যৰ অৱনতিয়ে সীমাৰ পৰিধি ভাঙি পাকিস্তান, বাংলাদেশ, ভূটান, নেপাল আদি চুবুৰীয়া দেশতো গুণমুগ্ধৰ হা-হুমুনিয়াহ পৰিলক্ষিত হৈছে৷ দিদিয়ে ভাল পাইছেনে, আকৌ সুস্থ হৈ দিদিয়ে গাবনে তেওঁলোকৰ প্ৰিয় গীত?

এই উদ্বিগ্নতা-উত্তেজনাৰ মাজতে ব্ৰীচ কেণ্ডি হাস্পতাল কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে দিদিৰ স্বাস্থ্য অপৰিৱৰ্তিত হৈ আছে৷ মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰা মতে লতা দিদিৰ স্বাস্থ্যৰ কিছু উন্নতি হৈছে৷ খুব কম দিনৰ ভিতৰত সুস্থ হ’ব দিদি৷ চিকিৎসক আৰু মন্ত্ৰীৰ এই ঘোষণাৰ পাছতো আশ্বস্ত হ’ব পৰা নাই অনুৰাগীসকল৷ ৯২ বছৰীয়া শিল্পীগৰাকী সোনকালে সুস্থ হওক৷

এই কামনাৰে মুম্বাই-দিল্লীতে নহয়, চিকাগো-লণ্ডন আদিতো চলিছে দিদিৰ আৰোগ্যৰ প্ৰাৰ্থনা৷ আন এটা সূত্ৰই দাবী কৰা মতে, সম্প্ৰতি স্বাস্থ্যৰ অৱনতি ঘটিছে মংগেশকাৰৰ৷ যাৰ বাবে চিকিৎসকৰ বিশেষ পৰ্যবেক্ষণত ৰখা হৈছে তেওঁক৷ আনকি লতা মংগেশকাৰৰ নিজা ঘৰতো আৰোগ্যৰ আশাৰে পৰিয়াল তথা আত্মীয়-কুটুম্বই নেদেখাজনৰ ওচৰত আগবঢ়াইছে পূজা-অৰ্চনা৷ ভগ্নী আশা ভোশলেয়ে লতা দিদিৰ আশু আৰোগ্য কামনাৰে লৰ্ড শিৱা ৰুদ্ৰ পেলেচত অনুষ্ঠিত পূজাৰ ছবিও শ্বেয়াৰ কৰিছে৷ দিদি ভাল হওক৷

দিদি জীয়াই থাকক৷ লতা দিদি বিহীন হিন্দুস্তান, দিদি বিহীন বলীউড কোনে বাৰু কল্পনা কৰিব! সেয়ে পাকিস্তানৰ দৰে ভাৰতবিৰোধী দেশতো লতা বন্দনাৰে আৰোগ্য কামনা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Best Assamese News Channelbest assamese news portal in assambest assamese news portal of assambest news channel in assamBest News Portal in Assamcovid 19covid 19 indiacovid positivecovid third wavecovid-19 positivecovid-19 updatelata didilata mangeshkarলতা দিদি
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
Next Post
birju maharaj

চিৰনিদ্ৰাত কথক সম্ৰাট পণ্ডিত বিৰ্জু মহাৰাজ, আজি ভাৰতীয় সংগীত জগতৰ লয় ৰুদ্ধ, সুৰ মৌন!

kylie jenner

এটা চুমাৰ বাবে কোটিপটি হ’ল কাইলি জেনাৰ; কাহিনী শুনি আচৰিত হ’ব আপুনি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.