• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

3 months ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

2 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

3 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

16 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

16 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

17 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

17 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

18 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

18 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

19 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

20 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

20 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

প্ৰতিহিংসাৰ দাৱানলৰ ফলশ্ৰুতিত আয়াৰলেণ্ড কেতিয়াও নোহোৱা পৰিস্থিতি

editor by editor
June 11, 2026
in অপৰাধ, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল
0
SHARES
63
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আয়াৰলেণ্ডৰ বেলফেষ্টত এজন স্থানীয় ব্যক্তিক ছুডানৰ এক দুৰ্বৃত্তই ছুৰীকাঘাত কৰাৰ পিছতে এতিয়া সমগ্ৰ আয়াৰলেণ্ড প্ৰতিশোধ আৰু হিংসাৰ দাৱানলত জ্বলিছে। এই ঘটনাৰ পিছতে আয়াৰলেণ্ডত থকা আন আন দেশৰ নাগৰিকক টাৰ্গেট কৰি ব্যাপক আক্ৰমণ কৰা দেখা গৈছে। ছুডানৰ দুৰ্বৃত্তটোৱে মঙলবাৰে আয়াৰলেণ্ডৰ এজন স্থানীয় লোকক ছুৰীকাঘাত কৰা ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত বুধবাৰৰ পৰা উত্তৰ আয়াৰলেণ্ডৰ বিভিন্ন স্থানত মুখ ঢকা শতাধিক প্ৰতিবাদকাৰীয়ে আয়াৰলেণ্ড আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় আৰু একাধিক বাহনত অগ্নিসংযোগ কৰে।
ইপিনে ছুৰীকাঘাতত আহতৰ পৰিয়ালে বিবৃতিযোগে কয় যে ‘আমি স্পষ্টকৈ ক’ব বিচাৰোঁ যে নিশাৰ অশান্তি কোনোপধ্যে গ্ৰহণযোগ্য নহয়। শান্তিপূৰ্ণ প্ৰতিবাদেই আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ। আমাৰ দেশত বহু অভিবাসী(Immigrant) আছে যিসকলে সমাজ আৰু দেশৰ উন্নয়নত অত্যন্ত মূল্যৱান অৱদান আগবঢ়াই আহিছে। এই কৰুণ ঘটনাৰ বাবে মানুহৰ মাজত বিভাজন সৃষ্টি কৰা, প্ৰতিহিংসাৰ জুইত সমগ্ৰ উত্তৰ আয়াৰলেণ্ড জ্বলি উঠাটো কাৰো কাম্য নহয়।

আক্ৰমণ পিছতে হোৱা ঘটনাৰাজি সন্দৰ্ভত আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মন্তব্য

এই আক্ৰমণৰ ঘটনাৰ পিছতে উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত সংসদত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰ্মাৰে কয় যে-এই আক্ৰমণে বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে, কিন্তু ‘মানুহক নিজৰ ঘৰ এৰি যাবলৈ বাধ্য কৰাটো ইয়াৰ কোনো সঠিক উত্তৰ হ’ব নোৱাৰে।’ তেওঁ লগতে কয় যে- এই হিংসাত্মক কাৰ্যকলাপসমূহত জড়িত সকলো ব্যক্তিয়ে আইনৰ কঠোৰতম শাস্তিৰ সন্মুখীন হ’ব লাগিব।’ উত্তৰ বেলফাষ্টত সংঘটিত এই আক্ৰমণৰ অভিযুক্ত ৩০ বছৰীয়া ছুডানী নাগৰিক হাদি আলোদিদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছে। আলোদিদৰ বিৰুদ্ধে ষ্টিফেন অ’গিলভিক নামৰ স্থানীয় আয়াৰলেণ্ডৰ লোকজন হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰা হৈছে। কেৱল এয়াই নহয় এগৰাকী চিকিৎসাকৰ্মীকো হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে আলোদিদৰ বিৰুদ্ধে।
উল্লেখ্য যে ষ্টিফেন অ’গিলভি নামৰ লোকজনক মুখমণ্ডল আৰু পিঠিত ছুৰীৰে আক্ৰমণ কৰিছিল অভিযুক্ত ছুডানিজ নাগৰিকজনে। যাৰ ফলত ষ্টিফেনৰ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। বৰ্তমান । ষ্টিভেন বেলফাষ্টৰ এখন চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

আক্ৰমণৰ পিছতে প্ৰতিহিংসাৰ দাৱানলত জ্বলি উঠে উত্তৰ আয়াৰলেণ্ড

মঙলবাৰে সংঘটিত এই ঘটনাৰ ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ পিছত সামাজিক মাধ্যমত হিংসাত্মক প্ৰতিবাদে গা কৰি উঠে। কেইবাটাও অভিবাসী লোকৰ ঘৰত মুখমণ্ডল ঢাকা প্ৰতিবাদকাৰীয়ে অংগ্নিসংযোগ কৰে। কেইবাখনো ব্যক্তিগত বাহন, বাছতো প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24ireland
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক
ভাৰত

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

September 5, 2026
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

September 5, 2026
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?
বিবিধ

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

September 4, 2026
Next Post
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য'ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.