• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

3 weeks ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

9 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

10 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

11 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

12 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

12 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

13 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

14 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

15 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

15 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

17 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য'ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

editor by editor
June 11, 2026
in বিবিধ, ভাৰত, লেখা, সমীক্ষণ
0
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী
0
SHARES
642
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটি ৰহস্যময় অলৌকিক গুহা, যিয়ে সকলো সময়তে ৰক্ষা কৰে গাঁওবাসীক। শতিকা শতিকা জুৰি গুহাটোৰ বাবে গাঁওখনলৈ অহা নাই কোনো প্ৰাকৃতিক দুৰ্যোগ। এই গুহাটো আছে মধ্যপ্ৰদেশৰ সাগৰ চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত, মৈহৰ নামৰ এখন গাঁৱত। এই গাঁওখন মূলতঃ হিংলাজ দেৱী মাতাৰ মন্দিৰৰ বাবে পৰিচিত যদিও ইয়াৰ সৈতে পাণ্ডৱসকলৰ এক বিশেষ সম্পৰ্ক থকাৰ জনশ্ৰুতি আজিও প্ৰচলিত হৈ আছে। গাঁওখনত থকা এটা ৰহস্যময় গুহা! যাক লৈ স্থানীয় লোৰ মাজত আছে বিভিন্ন প্ৰবাদত। গাঁওখনৰ নাম “মৈহৰ” হোৱাৰ আঁৰত থকা কাহিনী আৰু ইয়াত অৱস্থিত গুপ্তেশ্বৰ মহাদেৱকো পাণ্ডৱসকলৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও গুহাটোৰ ভিতৰত প্ৰৱেশ কৰা এখন বিয়াৰ বৰযাত্ৰী আজিলৈকে উভতি নাহিল বুলি এক জনবিশ্বাসো প্ৰচলিত হৈ আছে।
গুহাটোক লৈ গাঁওবাসীৰ মাজত নানা ধৰণৰ কাহিনী শুনা যায়। কোৱা হয়, বহু বছৰ আগতে এজন গোৱালে মন্দিৰৰ ওচৰৰ এই গুহাৰ ভিতৰেদি সোমাই গৈ নদীৰ ধাৰত ওলাই আহিছিল। আন কিছুমানে ইয়াক এক গুপ্তপথ বুলি বিশ্বাস কৰে। গাঁওবাসীয়ে জনায় যে আগতে ইয়াত কেৱল পাথৰত খোদিত অপূৰ্ব নক্সাৰে সজোৱা এটা সৰু মঠ আছিল। বহু বছৰ আগতে শংকৰ পুৰী মহাৰাজ নামৰ এজন মহন্ত ইয়ালৈ আহে, তেওঁৰ শিষ্য হংস পুৰী মহন্তজীয়ে পুৰণি মন্দিৰটো আঁতৰাই নতুনকৈ নিৰ্মাণ কৰাইছিল। সেই সময়ত দেৱী মাতাক মাটিৰ পৰা এটা মহল ওপৰত প্ৰতিষ্ঠা কৰা হৈছিল। এই মন্দিৰৰ ওচৰতে প্ৰায় পাঁচ ফুট গভীৰতাত ভোলেনাথৰ এটা শিৱলিংগ অৱস্থিত, যাক গুপ্তেশ্বৰ মহাদেৱ নামেৰে জনা যায়। কিছুবছৰ আগতে শিৱলিংগটোক মাটিৰ সমতললৈ অনাৰ উদ্দেশ্যে খননকাৰ্য আৰম্ভ কৰা হৈছিল। কিন্তু গাঁওবাসী আৰু মহন্তসকলৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হয়। গুপ্তেশ্বৰ মহাদেৱ এক ইঞ্চিও স্থানচ্যুত নহ’ল। ফলত, শতিকা ধৰি যিদৰে আছে, তেনেদৰেই তেওঁক থাকিবলৈ দিয়া হয়। স্থানীয় বিশ্বাস অনুসৰি, এই গুপ্তেশ্বৰ মহাদেৱক পাণ্ডৱসকলেই ইয়াত প্ৰতিষ্ঠা কৰিছিল।

ধুমুহা-বতাহেও নষ্ট নকৰে গাঁওবাসীৰ খেতি

গাঁওবাসীৰ মতে, এই সমগ্ৰ অঞ্চলত দেৱীৰ বিশেষ আশীৰ্বাদ আছে। ইয়াত কেতিয়াও ধুমুহা, শিলাবৃষ্টি বা বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগে খেতিৰ বিশেষ ক্ষতি কৰিব নোৱাৰে। বিশেষকৈ, এই গাঁওখনত আজিলৈকে কেতিয়াও শিলাবৃষ্টি হোৱা নাই বুলি স্থানীয় লোকসকলে দাবী কৰে। তেওঁলোকৰ বিশ্বাস, হিংলাজ মাতাৰ কৃপা আৰু সুৰক্ষাৰ বাবেই গাঁওখন সদায় সুৰক্ষিত হৈ আছে। স্থানীয় লোকৰ মতে গাঁওখনত থকা গুহাটো কিছুবছৰ আগতে এগৰাকী মহন্তই এটা ডাঙৰ পাথৰৰ শিলাৰে বন্ধ কৰাইছিল। জনবিশ্বাস অনুসৰি, এই গুহাৰ পৰা বিভিন্ন ঠাইলৈ যোৱাৰ পথ আছিল যদিও সেই পথসমূহ ক’লৈ যায় সেয়া আজিও এক ৰহস্য হৈয়ে আছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ
জীৱনশৈলী

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

July 1, 2026
Next Post
যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ'ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.