• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ

১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ

2 years ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

21 minutes ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

50 minutes ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

2 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

14 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

14 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

15 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

15 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

16 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

17 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

17 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ

editor by editor
April 1, 2024
in বিবিধ, ভাৰত
0
১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ
0
SHARES
63.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এপ্ৰিল ২০২৪ত মাহেকীয়া ৰাশিফল গণনা কৰি দেখা গৈছে যে এই মাহত পাঁচ ৰাশিৰ জাতকৰ ভাগ্যৰ বিশেষ উন্নতি হ’ব। ইয়াৰ কাৰণ হৈছে চলিত মাহত দুটা ৰাজযোগৰ প্ৰভাৱ। অৰ্থাৎ ২ এপ্ৰিলত বক্ৰী চলনেৰে মেষ ৰাশিত গোচৰ কৰিব বুধে। তাৰপাছতেই ৯এপ্ৰিলত উল্টা পথেৰে বুধে প্ৰৱেশ কৰিব মীন ৰাশিত। তাতেই অৱস্থান কৰিছে সূৰ্যই। সূৰ্য আৰু বুধৰ যুঁটিত মীন ৰাশিত গঠন হ’ব বুধাদিত্য ৰাজযোগ। ইয়াৰোপৰি মীন ৰাশিত মাৰ্চ মাহৰ শেষৰ দিনটোত অৰ্থাৎ ৩১ মাৰ্চত শুক্ৰই প্ৰৱেশ কৰিছে। ইয়াৰ ফলত মীন ৰাশিত শুক্ৰ আৰু বুধৰ যুঁটিত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ।

মীন ৰাশিত ১০০ বছৰ পাছত দুটা ৰাজযোগ একেলগে গঠিত হ’ব। বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত এপ্ৰিল মাহত ভাগ্য খুলিব কেইটামান ৰাশিৰ জাতকৰ।

মেষ ৰাশি
লক্ষ্মী নাৰায়ণ আৰু বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত এপ্ৰিলত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ। আপোনাৰ মনৰ পুৰণি ইচ্ছা এই সময়ত পূৰণ হ’ব পাৰে। কেৰিয়াৰত আপুনি ডাঙৰ সাফল্য লাভ কৰিব পাৰে। জীৱনত উন্নতি কৰাৰ সুযোগ পাব পাৰে। এই মাহত ভাল চাকৰিৰ প্ৰস্তাৱো আহিব পাৰে। কৰ্মসূত্ৰে বিদেশ যাত্ৰাৰো যোগ আছে। নিজৰ ব্যৱসায় আৰম্ভ কৰিব মেষ ৰাশিৰ জাতকে।

সিংহ ৰাশি
এপ্ৰিল মাহত ৰাজযোগৰ শুভ ফল লাভ কৰিব সিংহ ৰাশিৰ জাতকে। এই সময়ত পৰিয়ালৰ পৰাও সম্পূৰ্ণ সাহায্য লাভ কৰিব আপুনি। কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব। এপ্ৰিল মাহত বাহন ক্ৰয় কৰিব পাৰে সিংহ ৰাশিৰ জাতকে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় শুভ। স্বাস্থ্য ভালে থাকিব। এই মাহত নিজৰ সকলো কাম মসৃণৰূপে হ’ব। পিতৃ-মাতৃৰ সৈতে শুভ সময় কটাব।

কন্যা ৰাশি
লক্ষ্মী নাৰায়ণ আৰু বুধাদিত্য যোগৰ প্ৰভাৱত এপ্ৰিল মাহত উপাৰ্জন বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ। এই সময়ত আপুনি বিনিয়োগৰ পৰা ভাল আয় কৰিব পাৰিব। এই মাহত নতুন বাহন, দোকান, মাটি, ঘৰ ক্ৰয় কৰিব পাৰে। এই মাহত আপোনাৰ সম্পদ বৃদ্ধি পাব আৰু সমাজত মান সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। নিজৰ কথাৰে সকলোকে মোহিত কৰিব পাৰিব। দাম্পত্য জীৱনতো সুখ আৰু ভালপোৱা থাকিব।

বৃশ্চিক ৰাশি
বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগত এপ্ৰিল মাহত ৰাজভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। এই সময়ত আপুনি ব্যৱসায়ৰ পৰা মোটা টকা লাভ কৰিব পাৰিব। পাৰিবাৰিক কিছু সমস্যা থাকিলেও এপ্ৰিল মাহত মুক্তি লাভ কৰিব। স্বাস্থ্য সংক্ৰান্তীয় সমস্যাৰ পৰাও মুক্তি পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব।

মীন ৰাশি
মীন ৰাশিতেই এপ্ৰিল মাহত গঠিত হ’ব বুধাদিত্য ৰাজযোগ আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগ। ইয়াৰোপৰি ৰাজযোগৰ ফলত চলিত মাহত প্ৰচুৰ সাফল্যই অপেক্ষা কৰিছে মীন ৰাশিৰ জাতকলৈ। এই সময়ত নিজৰ সম্পদ বহু পৰিমানে বৃদ্ধি পাব। এপ্ৰিল মাহত বিদেশ যাত্ৰাৰো যোগ আছে। প্ৰেম জীৱনৰ বাবেও এই সময় শুভ। আপোনাৰ প্ৰেমত পৰিয়ালে সন্মতি দিব। ব্যৱসায়ত উন্নতি কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম
জীৱনশৈলী

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

August 31, 2026
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!
ভাৰত

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

August 31, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

August 31, 2026
Next Post
কেজৰীৱালক তিহাৰলৈ পঠিয়ালে আদালতে! কাৰাগাৰৰ কোঠাত কেজৰীক কিয় লাগে গীতা, ৰামায়ণ?

কেজৰীৱালক তিহাৰলৈ পঠিয়ালে আদালতে! কাৰাগাৰৰ কোঠাত কেজৰীক কিয় লাগে গীতা, ৰামায়ণ?

Uber-ত অটো বুক কৰি বিপদ! ৬২টকা ভাড়াৰ স্থানত আহিল ৭কোটিৰ বিল, তাৰপিছত…

Uber-ত অটো বুক কৰি বিপদ! ৬২টকা ভাড়াৰ স্থানত আহিল ৭কোটিৰ বিল, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.