• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫,০০,০০০,০০ টকাৰ মালিক এ আৰ ৰহমান, বিচ্ছেদৰ পাছত পত্নীয়ে কিমান ধন পাব?

১৫,০০,০০০,০০ টকাৰ মালিক এ আৰ ৰহমান, বিচ্ছেদৰ পাছত পত্নীয়ে কিমান ধন পাব?

2 years ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

33 minutes ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

1 hour ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

2 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

3 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

3 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

4 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

5 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

5 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

6 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

8 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

9 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫,০০,০০০,০০ টকাৰ মালিক এ আৰ ৰহমান, বিচ্ছেদৰ পাছত পত্নীয়ে কিমান ধন পাব?

১৫,০০,০০০,০০ টকাৰ মালিক এ আৰ ৰহমান, বিচ্ছেদৰ পাছত পত্নীয়ে কিমান ধন পাব?

editor by editor
November 20, 2024
in জীৱনশৈলী, ভাৰত
0
১৫,০০,০০০,০০ টকাৰ মালিক এ আৰ ৰহমান, বিচ্ছেদৰ পাছত পত্নীয়ে কিমান ধন পাব?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অস্কাৰজয়ী এ আৰ ৰহমানৰ ঘৰ ভাঙিল৷ ২৯ বছৰ বয়সত তেওঁৰ পত্নী ছায়ৰাৰ সৈতে বিচ্ছেদ ঘোষণা কৰিছে এ আৰ ৰহমানে৷ মঙ্গলবাৰে নিশা এই খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ সামাজিক মাধ্যমত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে এই খবৰ৷ ৫৭ বছৰ বয়সীয়া এ আৰ ৰহমানে ১৯৯৫ চনত বিয়া কৰাইছিল ছায়ৰা বানুক৷ তেওঁলোকৰ ৩টাকৈ সন্তানো আছে৷ ২ কন্যাৰ নাম ক্ৰমে খাতিজা আৰু ৰহিমা৷ পুত্ৰৰ ৰাম আমিন৷ নিজৰ বিয়াৰ বাবে মাতৃৰ পৰা এদিন ধন ধাৰে লোৱা এ আৰ ৰহমান আজি অৱশ্যে হাজাৰ কোটিৰ মালিক৷

সেই সময়ত কামৰ বাবেই হাতত সময় খুব কম আছিল এ আৰ ৰহমানৰ৷ সেই সময়তেই ছায়ৰাৰ সৈতে বিবাহ ৰহমানৰ৷ এক ধৰ্মীয় স্থানত বোৱাৰীয়েকক দেখা পাইছিল এ আৰ ৰহমানৰ মাতৃয়ে৷ তাতেই সন্তানৰ বাবে ছায়েৰাক পছন্দ কৰিছিল এ আৰ ৰহমানৰ মাতৃয়ে৷ মাতৃয়ে পছন্দ কৰা ছায়ৰাকেই বিয়া কৰালে ৰহমানে৷

আজি এ আৰ ৰহমানক চিনি নোপোৱা মানুহ বিশ্বত হয়তো কমেই ওলাব৷ বিশ্বৰ অন্যতম সফল সংগীতশিল্পী তেওঁ৷ সংগীত জগতত উত্থানৰ লগে লগেই আৰ্থিক দিশতো তেওঁৰ যথেষ্ট উত্থান হৈছে৷ এ আৰ ৰহমান বিশ্বৰ অন্যতম সফল সংগীতশিল্পী হোৱাৰ ওপৰিও অন্যতম ধনী এগৰাকী ব্যক্তিও৷ তেওঁৰ সম্পত্তিৰ পৰিমান এতিয়া প্ৰায় হাজাৰ কোটি৷

এ আৰ ৰহমানে এটা গান কৰিবলৈকে প্ৰায় ৩কোটি ধন লয় বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছিল৷ অন্য কোনো ভাৰতীয় গায়কৰ তুলনাত এয়া প্ৰায় ১৫গুণ বেছি৷ বৰ্তমান এ আৰ ৰহমানৰ মুঠ সম্পত্তিৰ পৰিমান প্ৰায় ১৭২৮ কোটি টকা৷ ষ্টাৰ্টআপছ মিডিয়াত এক ইনষ্টাগ্ৰাম পষ্টত কোৱা হৈছে যে এ আৰ ৰহমান সকলোতকৈ ধনী সংগীতশিল্পী৷ এতিয়া সকলোৰে মনলৈ আহিছে বিচ্ছেদৰ পাছত তেওঁৰ পত্নীয়ে কিমান সম্পত্তি লাভ কৰিব?

সম্প্ৰতি ইছলাম বিবাহ বিচ্ছেদক লৈ এক সিদ্ধান্ত লৈছে উচ্চতম ন্যায়ালয়ে৷ বিবাহ এক চুক্তি৷ ইয়াৰ আওঁতাত যৌতুকৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়৷ বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত, মহিলাই এই পৰিমাণেই যৌতুক পায়৷ এই অৱস্থাত এ আৰ ৰহমানৰ সৈতে ছায়ৰাৰ বিবাহ বিচ্ছেদৰ পাছত তেওঁ কেৱল যৌতুকৰ পৰিমাণহে পাব৷ অৱশ্যে কিমান ধন পাব সেই কথা আইনী বিচ্ছেদৰ সময়তহে জানিব পৰা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
Next Post
অৰ্থ কষ্টত ভূগিছে নেকি ৰণবীৰ-দীপিকা? ভাড়ালৈ দিলে নিজৰ বিলাসী ফ্লেট, ভাড়া কিমান জানেনে?

অৰ্থ কষ্টত ভূগিছে নেকি ৰণবীৰ-দীপিকা? ভাড়ালৈ দিলে নিজৰ বিলাসী ফ্লেট, ভাড়া কিমান জানেনে?

অৰ্থভাগ্য উন্নত কৰিব খোজে? আঘোণ মাহত কৰক এই কাম, সুফল পাবই

অৰ্থভাগ্য উন্নত কৰিব খোজে? আঘোণ মাহত কৰক এই কাম, সুফল পাবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.