ৰাজ্যৰ লাখ লাখ মহিলালৈ সু-খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
২০২৬ চনত ফেব্ৰুৱাৰী মাহত একেলগে লাভ কৰিব ৪মাহৰ অৰুণোদয়ৰ ধন
প্ৰতিগৰাকী মহিলাই একেলগে পাব ৫হাজাৰ টকা
বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ধন লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই
নিৰ্বাচন আয়োগৰ নীতি অনুসৰি আঁচনিৰ ধনৰ অনুমতি নাপালে চৰকাৰে মুকলি কৰিব এই ধন
বিধানসভাৰ নিৰ্বাচনৰ সময়ত আঁচনিৰ ধন প্ৰদান কৰিবলৈ অনুমতি নিদিলে লোৱা হ’ব এই ব্যৱস্থা
ফেব্ৰুৱাৰী মাৰ্চ, এপ্ৰিল, মে’ মাহৰ ধন একেলগে লাভ কৰিব হিতাধীকাৰীয়ে
বাজেট দাখিলৰ পাছতে মুখ্যমন্ত্ৰীয়ে কৰিলে আনুষ্ঠানিক ঘোষণা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ