• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোনত আহে ১১ বছৰৰ পূৰ্বে মৃত্যু হোৱা স্বামী! মৃত স্বামীয়ে উপহাৰ দিছে গৰ্ভৰ সন্তান, মহিলাৰ দাবীক লৈ আপোনাৰ মতামত কি?

সপোনত আহে ১১ বছৰৰ পূৰ্বে মৃত্যু হোৱা স্বামী! মৃত স্বামীয়ে উপহাৰ দিছে গৰ্ভৰ সন্তান, মহিলাৰ দাবীক লৈ আপোনাৰ মতামত কি?

2 years ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

55 minutes ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

1 hour ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

2 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

3 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

3 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

3 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

5 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

7 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

8 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপোনত আহে ১১ বছৰৰ পূৰ্বে মৃত্যু হোৱা স্বামী! মৃত স্বামীয়ে উপহাৰ দিছে গৰ্ভৰ সন্তান, মহিলাৰ দাবীক লৈ আপোনাৰ মতামত কি?

সপোনত আহে ১১ বছৰৰ পূৰ্বে মৃত্যু হোৱা স্বামী! মৃত স্বামীয়ে উপহাৰ দিছে গৰ্ভৰ সন্তান, মহিলাৰ দাবীক লৈ আপোনাৰ মতামত কি?

editor by editor
March 11, 2025
in জীৱনশৈলী
0
সপোনত আহে ১১ বছৰৰ পূৰ্বে মৃত্যু হোৱা স্বামী! মৃত স্বামীয়ে উপহাৰ দিছে গৰ্ভৰ সন্তান, মহিলাৰ দাবীক লৈ আপোনাৰ মতামত কি?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১১ বছৰ পূৰ্বে মৃত্যু হৈছে স্বামীৰ। কিন্তু বিগত ১১ বছৰ ধৰি তেওঁ পত্নীৰ সপোনত আহি আছে। সপোনত একেলগে খাই, একেলগে শুৱে, কথা পাতে ইত্যাদি ইত্যাদি। সেই মৃত স্বামীয়ে তেওঁৰ গৰ্ভত এটি সন্তান উপহাৰো দিছে। সম্প্ৰতি সেই সন্তানৰ জন্মও হৈছে। শুনিবলৈ অদ্ভুত লাগিলেও এই দাবীকেই কৰিছে মহিলাগৰাকীয়ে।

এগৰাকী মহিলাৰ এটা ভিডিঅ সামাজিক মাধ্যমত খুবেই ভাইৰেল। ভিডিঅক লৈ বহুতেই ৰসিকতাও কৰিছে। এই ঘটনাটো কোনে কেমেৰাবন্দী কৰিছে সেই সম্পৰ্কে জ্ঞাত নহয় অসম লাইভ ২৪। কেৱল ভাইৰেল ভিডিঅৰ আধাৰতেই এই নিউজ লিখা হৈছে।

https://x.com/AnilYadavmedia1/status/1897129365701611589

ভাইৰেল বিশেষ ভিডিঅটোত মহিলাগৰাকীয়ে জনাইছে যে তেওঁৰ স্বামী ১১ বছৰ পূৰ্বেই মৃত্যুৰ মুখত পৰিছে। কিন্তু ১১ বছৰ ধৰি প্ৰায়েই স্বামীয়ে তেওঁক দেখা দিয়ে। সপোনতো স্বামী আহি থাকে। মহিলাই লগতে দাবী কৰিছে যে সপোনত স্বামীয়ে জীৱিত ব্যক্তিৰ দৰে আচৰণ কৰে। তেওঁৰ সৈতে নিশা জাগি থাকি কথা পাতে কিন্তু সুৰ্যোদয়ৰ আগতেই তেওঁৰ স্বামী অদৃশ্য হৈ পৰে। বিগত ১১ বছৰ ধৰি তেওঁৰ সৈতে এই ঘটনা ঘটি আহিছে।মহিলাই লগতে দাবী কৰিছে যে তেওঁৰ স্বামীয়ে তেওঁৰ গৰ্ভত এটি সন্তানো উপহাৰ হিচাপে দিছে।

ভিডিঅটো পোনটো পষ্ট কৰিছিল অনিল নামৰ এটা এক্স হেণ্ডেলত। ইতিমধ্যেই সেই ভিডিঅত লাখ লাখ ভিউ দেখা গৈছে। নেটনাগৰিকে ৰসিকতাও কৰিছে সেই ভিডিঅক লৈ। অৱশ্যে এই ভিডিঅৰ আঁৰৰ ৰহস্য কি বৰ্তমানো জানিব পৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক
জীৱনশৈলী

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

October 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
Next Post
চেম্পিয়নছ ট্ৰফি জিকি কিমান টকা পাইছে ভাৰতীয় দলে? বাকী ৭ দলে কিমান কিমান পাইছে?

চেম্পিয়নছ ট্ৰফি জিকি কিমান টকা পাইছে ভাৰতীয় দলে? বাকী ৭ দলে কিমান কিমান পাইছে?

শুক্ৰৰ মালব্য ৰাজযোগত ৪ৰাশিৰ জীৱনলৈ আহিব টকাৰ জোৱাৰ! সপ্তাহৰ আৰম্ভণিতেই হাতৰ মুঠিত আহিব সাফল্য, কাৰ কাৰ খুলিব কঁপাল?

শুক্ৰৰ মালব্য ৰাজযোগত ৪ৰাশিৰ জীৱনলৈ আহিব টকাৰ জোৱাৰ! সপ্তাহৰ আৰম্ভণিতেই হাতৰ মুঠিত আহিব সাফল্য, কাৰ কাৰ খুলিব কঁপাল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.