ৰাজ্যত পুনৰ মুকলি কৰা হ’ল ৪০ হাজাৰ ৬৯৭ টা পদ
বাজেট দাখিলৰ সময়ত অজন্তা নেওগে ঘোষণা কৰিলে এই সুখবৰ
তৃতীয় বৰ্গৰ বাবে ৬ হাজাৰ ৬৫০টা নতুন পদ মুকলি
চতুৰ্থ বৰ্গৰ বাবে ৫ হাজাৰ পদ মুকলি ৰাজ্য চৰকাৰৰ
অসম লোকসেৱা আয়োগত ১,২০৮টা পদ মুকলি
প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ১০,০৫০ টা পদ মুকলি
মাধ্যমিক শিক্ষা সঞ্চালয়ত ৯,৭১৭ টা পদ মুতলি
অসম অভিযন্তা সেৱাৰ ৩৩৪ টা পদ মুকলি
চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য খণ্ডত ৪৯০ টা পদ মুকলি
আৰক্ষীত ৬,২৩৯ টা পদ মুকলি
আনুষ্ঠানিকভাৱে এই কথা ঘোষণা বিত্ৰমন্ত্ৰী অজন্তা নেওগৰ
শীঘ্ৰেই আৰম্ভ হব এই নিযুক্তি প্ৰক্ৰিয়া
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ