• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব নে কেজৰিৱালে? অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে দিব পাৰে সিদ্ধান্ত

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব নে কেজৰিৱালে? অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে দিব পাৰে সিদ্ধান্ত

2 years ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

33 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

1 hour ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

2 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

4 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব নে কেজৰিৱালে? অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে দিব পাৰে সিদ্ধান্ত

editor by editor
May 10, 2024
in ভাৰত, ৰাজনীতি
0
লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব নে কেজৰিৱালে? অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে দিব পাৰে সিদ্ধান্ত
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব নে কেজৰিৱালে? অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে দিব পাৰে সিদ্ধান্ত

দেশৰ ৰাজধানী দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল এমাহতকৈও অধিক সময় কাৰাগাৰত বন্দী হৈ আছে৷ বৰ্তমান তেওঁ তিহাৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে। ইডিৰ গ্ৰেপ্তাৰৰ বৈধতাক আদালতত প্ৰত্যাহ্বান জনাইছে অৰবিন্দ কেজৰিৱালে। বিচাৰ আদালত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নোপোৱাৰ পিছত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

এই সকলোবোৰৰ মাজতে কেজৰিৱালে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে শীঘ্ৰে সকাহৰ দাবী জনাইছিল। উচ্চতম ন্যায়ালয়ত তেওঁৰ এই দাবীৰ শুনানি গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ৰায় দিব পাৰে।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সোমবাৰে শুনানি সমাপ্ত কৰি নিজৰ সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখে। ইডিয়ে বৃহস্পতিবাৰে শপতনামা দাখিল কৰি অন্তৱৰ্তীকালীন সকাহ প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আইনী দলে শুনানি সম্পূৰ্ণ হোৱাৰ পিছত শপতনামা দাখিল কৰাটো ভুল বুলি কয়।

একে সময়তে বৃহস্পতিবাৰে ইডিয়ে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি দিল্লীৰ মুখ্যমন্ত্ৰীক অন্তৱৰ্তীকালীন জামিন প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰে। ইডিয়ে শপতনামাত কয় যে নিৰ্বাচনী প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন দিয়াটো সঠিক নহ’ব।

নিৰ্বাচনী প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাটো সাংবিধানিক বা মৌলিক অধিকাৰ বা আইনী অধিকাৰো নহয়। তদন্তকাৰী সংস্থাটোৱে শপতনামাত উল্লেখ কৰিছে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰা নাই।

অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰিছে ইডিয়ে । তদন্তকাৰী সংস্থাটোৱে কয় যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈও অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিব নোৱাৰি। ইডিৰ মতে কোনো ৰাজনীতিবিদে সাধাৰণ মানুহতকৈ বেছি অধিকাৰ লাভ কৰিব নোৱাৰে।

উল্লেখ্য যে, আজিলৈকে কোনো ৰাজনীতিবিদে নিৰ্বাচনী প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন লাভ কৰা নাই। নিৰ্বাচনী প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিলে এনে এক আদৰ্শ দাঙি ধৰা হ’ব যাৰ অধীনত ৰাজনীতিবিদসকলে অপৰাধ সংঘটিত কৰিব আৰু নিৰ্বাচনৰ আৱৰণত তদন্তৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
পত্নীহন্তা বুলি শাস্তি হিচাপে বহু মাহ ধৰি কাৰাগাৰত কটালে স্বামীয়ে, এতিয়া সোঁশৰীৰে উপস্থিত পত্নী, হতভম্ব আৰক্ষীয়ো

পত্নীহন্তা বুলি শাস্তি হিচাপে বহু মাহ ধৰি কাৰাগাৰত কটালে স্বামীয়ে, এতিয়া সোঁশৰীৰে উপস্থিত পত্নী, হতভম্ব আৰক্ষীয়ো

পৰম্পৰাগত বিবাহ-লিভ ইন ৰিলেছন এইবোৰ এতিয়া অতীত, নতুনকৈ ট্ৰেণ্ড হৈছে আন এক বিবাহ, আপুনিও কৰিব পাৰে

পৰম্পৰাগত বিবাহ-লিভ ইন ৰিলেছন এইবোৰ এতিয়া অতীত, নতুনকৈ ট্ৰেণ্ড হৈছে আন এক বিবাহ, আপুনিও কৰিব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.