• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাক উদ্দেশ্যি কেজৰিৱালে ক’লে, ‘লাভ ইউ টু’! নিৰ্বাচনত জয়ী হৈয়েই, প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ বিচাৰিলে অৰবিন্দ কেজৰিৱালে…

জনতাক উদ্দেশ্যি কেজৰিৱালে ক’লে, ‘লাভ ইউ টু’! নিৰ্বাচনত জয়ী হৈয়েই, প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ বিচাৰিলে অৰবিন্দ কেজৰিৱালে…

2 months ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

3 hours ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

4 hours ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

1 day ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

1 day ago
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

1 day ago
এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

1 day ago
এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

1 day ago
ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

1 day ago
হোলা মুখৰ খোলা হাঁহিটো আৰু নেদেখিব অসমবাসীয়ে! কলিজা আইতা গ’লগৈ ওভতি নহাৰ বাটেৰে…

হোলা মুখৰ খোলা হাঁহিটো আৰু নেদেখিব অসমবাসীয়ে! কলিজা আইতা গ’লগৈ ওভতি নহাৰ বাটেৰে…

1 day ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

2 days ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

2 days ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

2 days ago
  • About
  • Advertise
  • Careers
Friday, February 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জনতাক উদ্দেশ্যি কেজৰিৱালে ক’লে, ‘লাভ ইউ টু’! নিৰ্বাচনত জয়ী হৈয়েই, প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ বিচাৰিলে অৰবিন্দ কেজৰিৱালে…

editor by editor
December 7, 2022
in ভাৰত, ৰাজনীতি
0
জনতাক উদ্দেশ্যি কেজৰিৱালে ক’লে, ‘লাভ ইউ টু’! নিৰ্বাচনত জয়ী হৈয়েই, প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ বিচাৰিলে অৰবিন্দ কেজৰিৱালে…
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দিল্লীৰ এমচিডি নিৰ্বাচনত জয়লাভ কৰাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আয়োজন কৰে সংবাদমেলৰ। সংবাদমেলযোগে কেজৰিৱালে কয় যে এইবাৰ ঝাড়ুৰে পদুম ফুল সাৰি পেলাই দিয়া হৈছে। ১৫ বছৰ পাছত MCD বিজেপিমুক্ত হ’ল। এই বিজয়ৰ বাবে দিল্লীবাসীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী তথা আপ প্ৰধান অৰবিন্দ কেজৰিৱালে। জয়ৰ অন্তত সাংবাদিকেৰে সৈতে হোৱা বাৰ্তালাপত কেজৰিৱালে দিল্লীবাসীক উদ্দেশ্যী কয়, ‘লাভ ইউ টু’।

জয়ৰ অন্তত কি প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ?

দিল্লী মিউনিচিপাল কৰ্পৰেছন বা এম চি ডি দখল কৰিছে আম আদমী পাৰ্টীয়ে। ১৫ বছৰৰ অন্তত এমচিডি বিজেপিমুক্ত হ’ল। দিল্লীৰ ২৫০ টা ৱাৰ্ডৰ ভিতৰত ১৩৪ খন আসনত জয়ী হৈছে আপ। মেজিক নম্বৰক পাছ পেলাই সংখ্যাগৰিষ্ঠতা দখল কৰিছে আম আদমী পাৰ্টীয়ে। আনহাতে পদুম শিবিৰে লাভ কৰিছে ১০৪ টা ৱাৰ্ড। এই বিজয়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যথেষ্ট উৎসাহিত। তেওঁ সংবাদমেলযোগে এই কথা উল্লেখ কৰি কয়, ‘দিল্লীবাসীক অশেষ ধন্যবাদ। এই বিজয়ে গুজৰাট নিৰ্বাচনৰ ফলাফলৰ আগত এক ইতিবাচক ইংগিত দিছে। এই জয়ৰ পাছতেই মই কেন্দ্ৰৰ পৰা আৰু অধিক সহযোগিতা আশা কৰিছো। লগতে প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদো বিচাৰিছো।’

ইয়াৰোপৰি কেজৰিৱালে কয়, ‘আমাৰ দল ভদ্ৰ মানুহৰ দল। আমাক দেখিলেই যাতে মানুহৰ মনত শ্ৰদ্ধাবোধৰ জন্ম হয়। সেই চেষ্টাৰেই আমি কাম কৰি আহিছো। আজি দিল্লীৰ মানুহে সমগ্ৰ দেশৰ মানুহকেই ভাবিবলৈ বাধ্য কৰাইছে। বিদ্যালয়, হাস্পতাল, বিদ্যুৎ দিলেই ভোট নাপায় বুলি কৰা দাবীক মিছা প্ৰমাণিত কৰি দিল্লীৰ এমচিডি নিৰ্বাচনত আপে জয়লাভ কৰিছে। আজি চতুৰ্থবাৰৰ বাবে দিল্লীৰ নিৰ্বাচনত আমি জয়ৰ মুখ দেখিছো। ইতিবাচক ৰাজনীতি কি দিল্লীবাসীয়ে বুজি উঠিছে।’

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…
অসম

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

February 2, 2023
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ
অসম

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

February 2, 2023
এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?
চিনেমা

এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

February 2, 2023
ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল
অসম

ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

February 2, 2023
Next Post
বিমান দুৰ্ঘটনা! মৃত্যু নিশ্চিত জানি ইনষ্টাগ্ৰামত ভিডিঅ’যোগে বিদায় মাগিলে তৰুণীয়ে…

বিমান দুৰ্ঘটনা! মৃত্যু নিশ্চিত জানি ইনষ্টাগ্ৰামত ভিডিঅ’যোগে বিদায় মাগিলে তৰুণীয়ে...

ৰেচন কাৰ্ড, চাকৰি আৰু কি কি গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে…

ৰেচন কাৰ্ড, চাকৰি আৰু কি কি গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.