অসম লাইভ২৪ঃ শিক্ষা বিভাগত ওলাব ৬০০০ হাজাৰ চাকৰি৷
ৰেচন কাৰ্ডকলৈয়ো বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ৷ ৪০ লাখ পৰিয়ালক যোগান ধৰা হ’ব বিনামূলীয়া চাউল৷
গৰ্ভৱতী মহিলাক আদৰণী সেৱাjৰ সলনি, গৰ্ভৱতী মহিলাৰ একাউণ্টত সোমোৱাই দিয়া হ’ব ৭০০ টকা।
১৯৮৫ চনত অসম আৰক্ষীত চাকৰি কৰি শ্বহীদ হোৱা পৰিয়াললৈ চাকৰি
ইয়াৰ জৰিয়তে ৪০০ তকৈয়ো অধিক পৰিয়াল উপকৃত হব।
অসমত নিৰ্মাণ হ’ব ১৬২ খন নতুন থানা নিৰ্মাণৰ বাবে ৫২৬ কোটিৰ অনুদান
অসম লোকসেৱা আয়োগৰ পৰা চাবজেক্ট অপছনেল পেপাৰ নাইকিয়া হ’ব৷
অসম লোকসেৱা আয়োগৰ ৯০০ পোষ্টৰ বাবে বিজ্ঞাপন মুকলি কৰিব৷
বিটিচিলৈ পঠিওৱা ধনৰাশি প্ৰথম পৰ্যায়ত ৩৬১ কোটি টকা ধাৰ্য কৰিছে।
চাফাই কৰ্মচাৰী আয়োগ গঠনৰ সিদ্ধান্ত কেবিনেটৰ।
চাফাই কৰ্মীসকলৰ সকলো বিষয়য়েই তদাৰক কৰিব আয়োগে।
পলাশবাৰীত এখন ইনটিগ্ৰেটেদ পুলিচ থানা নিৰ্মাণৰ সিদ্ধান্ত।
থানাৰ ওপৰ মহলাত বিষয়াৰ পৰা কনিষ্টবললৈ সকলোৰে বাবে থাকিব কোৱাৰ্টাৰ৷
APSC ছেয়াৰমেন সকলৰ মৰ্যাদা উন্নত কৰা হৈছে৷
তেঁওলোকে ৭ম দৰমহা আয়োগৰ মতে দৰমহা পাব।
Grade-1 আৰু Grade-২ ৰ বাবে ২% চাকৰি ex serviceman সকলৰ বাবে সংৰক্ষিত হ’ব৷
কেবিনেটে ৪০ লাখ লোকক ৰেছন কাৰ্ড দিয়াৰ সিদ্ধান্ত লৈছে।
প্ৰায় ৬ হাজাৰ পৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হব।
3rd forest battelion গঠন হব লখিমপুৰত।
১১০০ ল’ৰা ছোৱালীয়ে চাকৰি পাব এই বেটেলিয়ানত৷
বনবিভাগত ১৭০০, শিক্ষা বিভাগত ৬০০০ পদৰ অনুমোদন৷
ডিচেম্বৰৰ ভিতৰত ১ লাখ নিযুক্তি সম্পন্ন হ’ব৷
৩০ হাজাৰ পদৰ নতুনকৈ প্ৰকাশ পাব বিজ্ঞাপন।
দেৰগাৱঁৰ পুলিচ একাডেমিৰ নাম সলনি হ’ব৷
অসম পুলিচ একাডেমিৰ সলনি এতিয়াৰে পৰা লাচিত বৰফুকন পুলিচ একাডেমি নামেৰে জনা যাব৷
ONGC, APDCL লগ হৈ ২৫০ মেগাৱট বিদ্যুৎ যোগান ধৰাৰ সিদ্ধান্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ