• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজমল অনুতপ্ত, ‘মুখ্যমন্ত্ৰীক বেয়াকৈ কৈ ভুল কৰিলো! অৱশ্যে গোচৰ তৰিলেও মই ভয় নকৰো…’

আজমল অনুতপ্ত, ‘মুখ্যমন্ত্ৰীক বেয়াকৈ কৈ ভুল কৰিলো! অৱশ্যে গোচৰ তৰিলেও মই ভয় নকৰো…’

4 years ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

18 minutes ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

1 hour ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

2 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

3 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

4 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

6 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

6 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

7 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

8 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

9 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

10 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

আজমল অনুতপ্ত, ‘মুখ্যমন্ত্ৰীক বেয়াকৈ কৈ ভুল কৰিলো! অৱশ্যে গোচৰ তৰিলেও মই ভয় নকৰো…’

editor by editor
December 7, 2022
in অপৰাধ, অসম, জীৱনশৈলী, ৰাজনীতি
0
আজমল অনুতপ্ত, ‘মুখ্যমন্ত্ৰীক বেয়াকৈ কৈ ভুল কৰিলো! অৱশ্যে গোচৰ তৰিলেও মই ভয় নকৰো…’
0
SHARES
614
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিতৰ্কিত মন্তব্য কৰি অনুশোচনাত দগ্ধ হৈছে সাংসদ আজমল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু হিন্দু সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে সাংসদ আজমল। অনুশোচনাত দগ্ধ হৈ আজমলে কৈছে, তেওঁ ভুল কৰিছে।

মুখ্যমন্ত্ৰীক লাভ জেহাদ কৰিবলৈ আহ্বান জনোৱাৰ লগতে হিন্দুসকলক লৈও আপত্তিজনক মন্তব্য কৰিছিল AIUDF-ৰ মুৰব্বীগৰাকীয়ে। যাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। থানাই থানাই আজমলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। ন‍ভৱা–নিচিন্তাকৈ মন্তব্য কৰি অনুতপ্ত হৈছে আজমল। পলমকৈ হ’লেও আজমলে বুজিলে তেওঁৰ মন্তব্য সঠিক হোৱা নাই। আনক আঘাত দিয়া মন্তব্য কৰি ইতিমধ্যে ভুল স্বীকাৰ কৰিছে আজমলে। উঠাই লৈছে সেই বিশেষ মন্তব্যটো বুলি প্ৰকাশ কৰিছে আজমলে।

সংবাদ মাধ্যমৰ সন্মুখত এই সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে কয়, ‘‘মই ভুল কৰিছো। তাৰ বাবে মই অনুতপ্ত। মই মোৰ মন্তব্য উঠাই লৈছো। ক্ষমা বিচৰাৰ পিছতে সেই কথাৰ অন্ত হৈছে।’’ ইয়াৰোপৰি তেওঁ কৰা মন্তব্যক লৈ এতিয়া ৰাজনীতি হোৱা বুলিও মন্তব্য কৰিছে আজমলে। এই বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰি আজমলে কয়, ‘‘থানাই থানাই গোচৰ ৰুজু হ’লেও মই আইনৰ ওপৰত বিশ্বাসী। মুখ্যমন্ত্ৰীয়ে মোৰ গোচৰ কৰিমগঞ্জ অথবা আমেৰিকালৈ পঠাই দিলেও মই আইনী যুঁজ যুঁজিবলৈ সাজু।’’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ
জীৱনশৈলী

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

July 24, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

July 24, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক
জীৱনশৈলী

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

July 24, 2026
Next Post
বিপৰ্জয়ৰ মাজতো আশাৰ ৰেঙনি! হিমাচলত কংগ্ৰেছে অতিক্ৰম কৰিলে মেজিক নম্বৰ…

বিপৰ্জয়ৰ মাজতো আশাৰ ৰেঙনি! হিমাচলত কংগ্ৰেছে অতিক্ৰম কৰিলে মেজিক নম্বৰ...

কোন হ’ব মোদীৰ প্ৰতিদ্বন্দী! গুজৰাটত সংখ্যাগৰিষ্ঠাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি…

কোন হ’ব মোদীৰ প্ৰতিদ্বন্দী! গুজৰাটত সংখ্যাগৰিষ্ঠাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.