• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হ’ব মোদীৰ প্ৰতিদ্বন্দী! গুজৰাটত সংখ্যাগৰিষ্ঠাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি…

3 years ago
ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

33 minutes ago
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

45 minutes ago
খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

2 hours ago
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

3 hours ago
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

15 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

16 hours ago
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

17 hours ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

18 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোন হ’ব মোদীৰ প্ৰতিদ্বন্দী! গুজৰাটত সংখ্যাগৰিষ্ঠাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি…

editor by editor
December 8, 2022
in ভাৰত, ৰাজনীতি
0
কোন হ’ব মোদীৰ প্ৰতিদ্বন্দী! গুজৰাটত সংখ্যাগৰিষ্ঠাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি…
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ গুজৰাটত আগবাঢ়িছে বিজেপি৷ ১৯৯৮ চনৰ পৰা গুজৰাটত ক্ষমতাত আছে বিজেপি দল৷ কেৱল ১৯৯৫ চনত এবাৰ ক্ষমতা হেৰুৱাইছিল গেৰুৱা শিবিৰে৷ এইবাৰো গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোটগণনাত আগবাঢ়ি আছে বিজেপি দল৷ আপে যদিও সংখ্যাগৰিষ্ঠতা দাবী কৰিছিল কিন্তু দেখা গৈছে যে বৰ্তমানলৈ আপে মাত্ৰ ৬ খন অসনতহে আগবাঢ়ি আছে৷ সকলোৱে দাবী কৰিছিল যে গুজৰাটত এইবাৰ ত্ৰিকোণীয়া ভোটযুদ্ধ হ’ব কিন্তু এই সকলোবোৰকেই মিছা প্ৰমাণিত কৰি ১৮২ খন আসনৰ ভিতৰত ১৫৪ খন আসনতেই আগবাঢ়ি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে মোদী নেতৃত্বাধীন বিজেপি দলে৷

বৰ্তমানলৈ ফলাফল ঘোষণা নহলেও বিজেপিৰ বিজয় নিশ্চিত সেই কথা স্পষ্ট হৈ পৰিছে৷ গুজৰাট ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই আৰম্ভ হৈছে বিজয় উৎসৱ৷ বিজয় উৎসৱৰ মাজতেই চৰ্চা চলিছে, এইবাৰ কংগ্ৰেছৰ আন এক ৰেকৰ্ড ভংগ কৰিব বিজেপিয়ে৷ ১৯৮৫ চনত কংগ্ৰেছে গুজৰাটত লাভ কৰিছিল ১৪৯ খন আসন৷ বিজেপিয়ে সেইবাৰ লাভ কৰিছিল মাত্ৰ ১৪ খন আসন৷ কোনেও এই নম্বৰ গুজৰাটত অতিক্ৰম কৰিব পৰা নাছিল৷ কিন্তু ২০২২ ৰ নিৰ্বাচনত বিজেপিয়ে বৰ্তমানলৈ ১৫৪ খন আসনত আগবাঢ়ি আছে৷ সেয়ে বহু ৰাজনৈতিক বিশ্লেষকেই মত পোষণ কৰিছে যে এইবাৰ কংগ্ৰেছৰ ৰেকৰ্ড ভংগ কৰি বিজেপিয়ে বিপুল সংখ্যাগৰিষ্ঠাৰে গুজৰাটত চৰকাৰ গঠন কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?
জীৱনশৈলী

May 15, 2026
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 15, 2026
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ
জীৱনশৈলী

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

May 15, 2026
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?
জীৱনশৈলী

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

May 15, 2026
Next Post
মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা! বিধৱা মহিলা, নিবনুৱাৰ বাবে কি কি ভালখবৰ?

মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী…

মুখ্যমন্ত্ৰীৰ সপোনলৈ শতযোজন বাট! নিজ সমষ্টিতেই হাৰিল আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইছুদান গাধৱী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন