• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপৰ্জয়ৰ মাজতো আশাৰ ৰেঙনি! হিমাচলত কংগ্ৰেছে অতিক্ৰম কৰিলে মেজিক নম্বৰ…

বিপৰ্জয়ৰ মাজতো আশাৰ ৰেঙনি! হিমাচলত কংগ্ৰেছে অতিক্ৰম কৰিলে মেজিক নম্বৰ…

4 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

10 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

10 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

11 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

11 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

12 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

12 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

14 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

14 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

15 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

16 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বিপৰ্জয়ৰ মাজতো আশাৰ ৰেঙনি! হিমাচলত কংগ্ৰেছে অতিক্ৰম কৰিলে মেজিক নম্বৰ…

editor by editor
December 8, 2022
in Uncategorized, ভাৰত, ৰাজনীতি
0
বিপৰ্জয়ৰ মাজতো আশাৰ ৰেঙনি! হিমাচলত কংগ্ৰেছে অতিক্ৰম কৰিলে মেজিক নম্বৰ…
0
SHARES
12.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯৮২ চনৰ পাছৰে পৰাই হিমাচলৰ নিৰ্বাচনী দৃশ্যপট চাবলগীয়া৷ সেই বছৰেই প্ৰথমবাৰৰ বাবে হিমাচলত নিৰ্বাচনী যুঁজত অংশগ্ৰহণ কৰিছিল বিজেপি দলে৷ তাৰ পূৰ্বে হিমাচলত কংগ্ৰেছৰ মূল প্ৰতিদ্বন্দী আছিল জনতা পাৰ্টী৷ কিন্তু হিমাচলত বেছিভাগ সময়েই কংগ্ৰেছ দলেই শাসনৰ গাদীত বহিছে৷ ১৯৮২ চনত প্ৰথম বাৰৰ বাবে বিধানসভা নিৰ্বাচনত ভাগ লৈ বিজেপিয়ে লাভ কৰিছিল ২৯ খন আসন৷

কিন্তু তাৰ পৰবৰ্তী নিৰ্বাচনত সেই আসনৰ সংখ্যা কমি যায়৷ মুঠ ৬৮ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰে মাত্ৰ ৭ খন আসন৷ তাৰ পৰবৰ্তীকালত ২০১৭ চনত সকলো সলনি৷ ২০১৭ চনত কংগ্ৰেছ আৰু বিজেপি দুয়ো দলেই লাভ কৰিছিল ৩১ খনকৈ আসন৷ কিন্তু শেষলৈ বিজেপিয়ে অন্য স্থানীয় দলৰ সৈতে মিলি চৰকাৰ গঠন কৰে৷ বৃহস্পতিবাৰে হৈ থকা ভোটগণনাত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে৷

মেজিক নম্বৰ অতিক্ৰম কৰিছে কংগ্ৰেছ দলে৷ ৩৫ মেজিক নম্বৰ অতিক্ৰম কৰি কংগ্ৰেছে বৰ্তমানলৈ লাভ কৰিছে ৩৭ খন আসন৷ ইতিমধ্যে সমগ্ৰ দেশজুৰি কংগ্ৰেছৰ বিপৰ্জয়ৰ মাজতেই হিমাচলত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দলে৷ আনহাতে বিজপিয়েও পূৰ্ণ প্ৰতিদ্বন্দিতা আগবঢ়াই ২৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
Next Post
কোন হ’ব মোদীৰ প্ৰতিদ্বন্দী! গুজৰাটত সংখ্যাগৰিষ্ঠাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি…

কোন হ’ব মোদীৰ প্ৰতিদ্বন্দী! গুজৰাটত সংখ্যাগৰিষ্ঠাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি...

মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা! বিধৱা মহিলা, নিবনুৱাৰ বাবে কি কি ভালখবৰ?

মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা! বিধৱা মহিলা, নিবনুৱাৰ বাবে কি কি ভালখবৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.