• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমান দুৰ্ঘটনা! মৃত্যু নিশ্চিত জানি ইনষ্টাগ্ৰামত ভিডিঅ’যোগে বিদায় মাগিলে তৰুণীয়ে…

বিমান দুৰ্ঘটনা! মৃত্যু নিশ্চিত জানি ইনষ্টাগ্ৰামত ভিডিঅ’যোগে বিদায় মাগিলে তৰুণীয়ে…

3 years ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

9 minutes ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

37 minutes ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

1 hour ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

2 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

15 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

15 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

15 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

16 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

16 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

17 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

18 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিমান দুৰ্ঘটনা! মৃত্যু নিশ্চিত জানি ইনষ্টাগ্ৰামত ভিডিঅ’যোগে বিদায় মাগিলে তৰুণীয়ে…

editor by editor
December 7, 2022
in জীৱনশৈলী, বিশ্ব
0
বিমান দুৰ্ঘটনা! মৃত্যু নিশ্চিত জানি ইনষ্টাগ্ৰামত ভিডিঅ’যোগে বিদায় মাগিলে তৰুণীয়ে…
0
SHARES
43.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰাইভেট জেট বিমানেৰে ফুৰিবলৈ গৈছিল জনপ্ৰিয় এগৰাকী ৰূপসজ্জাকাৰী। বুৰকু সাগলাম নামৰ সৌন্দৰ্য বিশেষজ্ঞাই যাত্ৰা কৰা ব্যক্তিগত জেটখনত উৰন্ত অৱস্থাতেই হঠাতেই জুই লাগে। জুই লাগি মাজ আকাশতে চূৰ্ণ বিচুৰ্ণ হৈ পৰে জেটখন। ঘটনাটোত লগে লগেই মৃত্যু ঘটিছে সৌন্দৰ্য বিশেষজ্ঞাগৰাকীৰ। কিন্তু কিয় হঠাতেই বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমত এই সৌন্দৰ্য বিশেষজ্ঞাগৰাকীৰ চৰ্চা আৰম্ভ হৈছে?

বিমান দুৰ্ঘটনাত মৃত্যুক সাবটি লোৱা সৌন্দৰ্য বিশেষজ্ঞাগৰাকীৰ নাম হৈছে বুৰকু। মৃত্যুৰ সময়ত বুৰকুৰ বয়স হৈছিল মাত্ৰ ২২ বছৰ। তেওঁ আছিল তুৰস্কৰ বাসিন্দা। ১ ডিচেম্বৰ, বৃহস্পতিবাৰে বুৰকু আৰু তেওঁৰ বিমান চালক হাকান কোকছালে তুৰস্কৰ ছাকাৰিয়া প্ৰদেশৰ পামুকোভাৰ পৰা আবেলি ৩ বজাত যাত্ৰা কৰিছিল। বিমানত উঠাৰ পূৰ্বে বুৰকুৱে সামাজিক মাধ্যমত দিছিল বিশেষ আপডেট।

উৰণৰ ২০ মিনিট পাছতেই বিমানত যান্ত্ৰিক বিজুতি ঘটে। হঠাতেই বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাই। এখন পাহাৰত খুন্দা মাৰে বিমানখনে। ঘটনাত লগে লগেই মৃত্যুক আঁকোৱালি লয় বুৰকুৱে। কিন্তু মৃত্যুৰ পূৰ্বে বুৰকুৱে ইনষ্টাগ্ৰামত দিয়ে বিশেষ পষ্ট। বুৰকুৱে বিশেষ পষ্টটোত লিখিলে, ‘মই ইনষ্টাগ্ৰামৰ পৰা চিৰবিদায় মাগিছো।’ কেৱল পষ্ট লিখাই নহয় এটা ভিডিঅ’ও শ্বেয়াৰ কৰি বুৰকুৱে লিখে, ‘বিদায়’।

উল্লেখ্য যে, অনুসন্ধানকাৰী দলটোৱে ওছমানগাজিৰ প্ৰাকৃতিক গেছ কাৰখানাৰ কাষৰ পৰা বিমানখনৰ ভগ্নাশেষ উদ্ধাৰ কৰিছে। বিমানৰ ভগ্নাংশৰ লগতে বুৰকু আৰু বিমান চালকৰো মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!
জীৱনশৈলী

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

April 19, 2026
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?
জীৱনশৈলী

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

April 19, 2026
জীৱনশৈলী

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

April 19, 2026
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ
জীৱনশৈলী

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

April 18, 2026
Next Post
ৰেচন কাৰ্ড, চাকৰি আৰু কি কি গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে…

ৰেচন কাৰ্ড, চাকৰি আৰু কি কি গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে...

আজমল অনুতপ্ত, ‘মুখ্যমন্ত্ৰীক বেয়াকৈ কৈ ভুল কৰিলো! অৱশ্যে গোচৰ তৰিলেও মই ভয় নকৰো…’

আজমল অনুতপ্ত, 'মুখ্যমন্ত্ৰীক বেয়াকৈ কৈ ভুল কৰিলো! অৱশ্যে গোচৰ তৰিলেও মই ভয় নকৰো...'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.