• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু…

1 year ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

1 hour ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

2 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

3 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

4 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

5 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

6 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু…

editor by editor
January 7, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু…
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু…

আজি ৭ জানুৱাৰী তাৰিখে মুকলি আকাশৰ তললৈ আশাৰাম বাপু। যি আশাৰাম বাপুৰ কৰ্ম কাণ্ডই চকু কপালত তুলিছিল হাজাৰ হাজাৰ অনুৰাগীৰ। যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ভুগি থকা আশাৰামক আজি জামিনত ৰেহাই দিয়ে।

ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পাইছিল আশাৰাম বাপুৱে। সেই আশাৰাম বাপুৱে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰে। দেশৰ উচ্চতম ন্যায়ালয়ে তেওঁক চিকিৎসাৰ দোহাই দি কাৰাগাৰৰ পৰা আহিবলৈ অনুমতি দিয়ে।

অৱশ্যে এই সময়ছোৱাত তেওঁ জামিনৰ কঠোৰ চৰ্ত মানি চলিব লাগিব। জামিনৰ সময়ত কোনো অনুগামীকে লগ কৰিব নোৱাৰে আশাৰামে। অহা ৩১ মাৰ্চলৈকে জামিনত মুকলি আকাশৰ তলত থকাৰ অনুমতি দিয়া হৈছে আশাৰামক।

কিন্তু উচ্চতম ন্যায়ালয়ৰ পৰা জামিন পোৱাৰ পিছতো জেলৰ পৰা ওলাই আহিব নোৱাৰিব আশাৰাম। কাৰণ এটা নহয় দুটা গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। এনে পৰিস্থিতিত দুয়োটা গোচৰতে আদালতে জামিন মঞ্জুৰ নকৰালৈকে তেওঁ কাৰাগাৰতে থাকিব লাগিব।

যোধপুৰ আদালতত দাখিল কৰা গোচৰ অনুসৰি ২০১৩ চনত ইন্দোৰৰ আশ্ৰমৰ পৰা যোধপুৰ আৰক্ষীয়ে আশাৰামক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই আশাৰাম বাপু কাৰগাৰতে আছিল। পাঁচ বছৰীয়া দীঘলীয়া বিচাৰৰ অন্তত ২০১৮ চনৰ ২৫ এপ্ৰিলত আদালতে আশাৰামক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

দ্বিতীয়টো গোচৰ গুজৰাটৰ গান্ধীনগৰ আদালতৰ। গুজৰাটৰ গান্ধীনগৰৰ আশ্ৰমৰ এগৰাকী মহিলাই আশাৰামৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। ২০২৩ চনৰ ৩১ জানুৱাৰীত আদালতে এই গোচৰত আশাৰামক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asharam bapuAsharam Bapu Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?
জীৱনশৈলী

March 31, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

March 31, 2026
Next Post
সূৰ্যগ্ৰহণ আৰু শনিৰ ট্ৰেনজিত একেলগে, ভাল-বেয়াৰ বিশেষ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত

দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন