• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গাষ্টমীৰ অঞ্জলিৰ ফুল বাচি লওক ৰাশি অনুসৰি! সুখী হ’ব দশভূজা, কমিব গ্ৰহদোষ

দুৰ্গাষ্টমীৰ অঞ্জলিৰ ফুল বাচি লওক ৰাশি অনুসৰি! সুখী হ’ব দশভূজা, কমিব গ্ৰহদোষ

2 years ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

11 minutes ago
বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

47 minutes ago
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

59 minutes ago
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

1 hour ago
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

2 hours ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

2 hours ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

2 hours ago
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

3 hours ago
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

3 hours ago
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

4 hours ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

4 hours ago
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

4 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দুৰ্গাষ্টমীৰ অঞ্জলিৰ ফুল বাচি লওক ৰাশি অনুসৰি! সুখী হ’ব দশভূজা, কমিব গ্ৰহদোষ

editor by editor
October 21, 2023
in বিবিধ, ভাৰত
0
দুৰ্গাষ্টমীৰ অঞ্জলিৰ ফুল বাচি লওক ৰাশি অনুসৰি! সুখী হ’ব দশভূজা, কমিব গ্ৰহদোষ
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২২ অক্টোবৰ দেওবাৰ অষ্টমী তিথি। এই তিথিত দুৰ্গা দেৱীক অঞ্জলী দিবলৈ ভিৰ কৰে ভক্তই। এই সময়ত দুৰ্গাৰ প্ৰিয় ফুল দি অঞ্জলি দিলে দেৱী প্ৰসন্ন হয় বুলি লোকবিশ্বাস। জ্যোতিষ অনুযায়ী পদ্ম, জৱা, গোলাপ আদি ফুল দুৰ্গাৰ অঞ্জলিত ব্যৱহাৰ কৰা হয়। এই ফুল দি পূজা কৰিলে দেৱী প্ৰসন্ন হয়। দুৰ্গাষ্টমীৰ অঞ্জলি নিজৰ ৰাশি অনুসৰি কি ফুল দিলে শুভ সেই কথাও শাস্ত্ৰত উল্লেখ আছে। দশভূজাৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ এইকেইটা নিয়ম মানি চলাটো নিতান্তই প্ৰয়োজন।

মেষ ৰাশি
এই ৰাশিৰ জাতকে জৱা, গোলাপ, ৰঙা পদুম বা যিকোনো ৰঙা ফুলেৰে অঞ্জলি দিয়াটো শুভ। ইয়াৰ ফলত দুৰ্গা প্ৰসন্ন হয় আৰু মঙল গ্ৰহৰ দুষ্প্ৰভাৱৰ পৰা মুক্তি দিয়ে এই ৰাশিৰ জাতকক।

বৃষ ৰাশি
শ্বেতপদ্ম, জৱা, শেৱালীকে ধৰি যিকোনো বগা ফুলেৰে দেৱীক আৰাধনা কৰিব পাৰে। দেৱীক এই ফুল নিবেদন কৰিলে শুক্ৰৰ দোষ দূৰ হয়।

মিথুন ৰাশি
শাস্ত্ৰমতে মিথুন ৰাশিৰ জাতকে অষ্টমীত অঞ্জলি দিওতে হালধীয়া জৱা, নাৰ্জী ফুলকে ধৰি যিকোনো হালধীয়া ফুল আগবঢ়াব পাৰে। ইয়াৰ মাধ্যমেৰে নিজৰ অভীষ্ট কাম সিদ্ধ কৰাৰ ওপৰিও বুধৰ কৃপা লাভ কৰিব পাৰে।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকে বগা পদ্ম, বগা জৱা, চামেলিকে ধৰি যিকোনো বগা ফুলেৰে দেৱীক অঞ্জলি দিব পাৰে। এনেকৈ অঞ্জলি দিলে চন্দ্ৰ দোষ শেষ হয়।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকে পদ্ম, জৱা, গোলাপ দি অঞ্জলি দিলে দেৱী দূৰ্হা প্ৰসন্ন হয়। জৱা ফুল দুৰ্গা আৰু সূৰ্যৰ অত্যন্ত প্ৰিয়।

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকে গোলাপ, নাৰ্জী, শেৱালী বা যিকোনো সুগন্ধি ফুলেৰে দেৱীক আৰাধনা কৰিব পাৰে। ইয়াৰ ফলত কন্যা ৰাশিৰ জাতকৰ মনোকামনা পূৰ্ণ হ’ব আৰু বুধৰ শুভ ফল লাভ কৰিব।

তুলা ৰাশি
বগা পদুম, নাৰ্জী, জৱা, শেৱালী আদিলে দূৰ্গাৰ অঞ্জলি দিব পাৰে। ইয়াৰ ফলত দেৱীৰ আশীৰ্বাদ লাভ কৰাৰ ওপৰিও শুক্ৰৰ কৃপা লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকে হালধীয়া ফুল গোলপীয়া ফুলেৰে অঞ্জলি দিলে শুভ ফল লাভ কৰিব। অষ্টমীৰ দিনা দুৰ্গাক ৰঙা পদুম নিবেদন কৰিলে পৰিয়ালত সমৃদ্ধি বৃদ্ধি পাব। ইয়াৰোপৰি মঙলৰ দুষ্প্ৰভাৱ কমিব।

ধনু ৰাশি
পদুম ফুল, জৱা, গোলাপ, নাৰ্জী ফুলেৰে দুৰ্গাষ্টমীৰ অঞ্জলি দিয়া হয়? এই ফুল দি পূজা কৰিলে দুৰ্গাৰ আশীৰ্বাদ আৰু বৃহস্পতিৰ কৃপা লাভ কৰিব পাৰিব।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ প্ৰিয় হৈছে নীলা ফুল। নীলা ৰঙৰ যিকোনো ফুলেৰে দেৱীক অঞ্জলী দিব পাৰে এই ৰাশিৰ জাতকে। ইয়াৰ ফলত শনিৰ দুষ্প্ৰভাৱ কমিব।

কুম্ভ ৰাশি
এই ৰাশিৰ জাতকেও নীলা ফুল অঞ্জলিত দিব পাৰে। ইয়াৰ ফলত শনিৰ আশীৰ্বাদ পোৱা সম্ভৱ।

মীন ৰাশি
হালধীয়া ফুলেৰে এই ৰাশিৰ জাতকে অষ্টমীৰ পূজা দিব পাৰে। ইয়াৰ ফলত মীন ৰাশিৰ জাতকে দুৰ্গাৰ আশীৰ্বাদ পোৱাৰ ওপৰিও বৃহস্পতিৰ দুষ্প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

March 22, 2026
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?
জীৱনশৈলী

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

March 22, 2026
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

March 22, 2026
Next Post
বুটাম টিপিলেই নিউক্লিয়াৰ এটাক! পুটিনে হাতত লৈ ফুৰিছে বিশেষ ব্ৰীফকেচ

বুটাম টিপিলেই নিউক্লিয়াৰ এটাক! পুটিনে হাতত লৈ ফুৰিছে বিশেষ ব্ৰীফকেচ

‘গৰিমা মোৰ দুখৰ দিনৰ লখিমী’ জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, গৰিমাৰ শইকীয়া গাৰ্গৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

'গৰিমা মোৰ দুখৰ দিনৰ লখিমী’ জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, গৰিমাৰ শইকীয়া গাৰ্গৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.