১৫ আগষ্ট ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তি। ক’ত হেৰাল অসম চুক্তি? বিজেপিয়ে কৈছিল আখৰে আখৰে পালন হ’ব অসম চুক্তি। চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই থাকিল। অথলে গ’ল ৮৫৫ গৰাকী শ্বহীদৰ বলিদান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















