নেতাই ৰাজপাট খাবলৈ মন মেলিছে। গতিকে নেতাৰ বাটত নিষিদ্ধ কৰা হৈছে জনতাৰ প্ৰৱেশ। বৰ বৰ নেতা-মন্ত্ৰীৰ মনোনয়ন ৰেলীৰ নামত গুৱাহাটীৰ ৰাজপথত ৰাইজৰ NO ENTRY.