• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

6 months ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

32 minutes ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

44 minutes ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

1 hour ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

2 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

2 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

3 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

5 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

6 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

7 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

7 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

editor by editor
April 28, 2026
in অসম, লেখা, শিক্ষা
0
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Assam Board 12th Result 2026: আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।  অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰিব। ছাত্ৰ-ছাত্ৰীসকলে অফিচিয়েল ৱেবছাইট site.sebaonline.org ত নিজৰ মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। আজি ১২ টাকৈ ৱেবছাইটত উপলব্ধ হৈছে ফলাফল। সেইকেইটা হৈছে, https://ahsec.assam.gov.in, https://iresults.net, https://www.indiaresults.com, https://www.vidyavision.com, https://www.assamresult.in, https://www.jagranjosh.com, https://www.ndtv.com, https://results.digilocker.gov.in, https://www.fastresult.in, https://www.results.shiksha, https://www.necareer.com, আদি। পূৰ্বে ঘোষণা কৰা অনুযায়ী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬ ৰ ফলাফল আজি পুৱা ১০ঃ৩০ বজাত প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে ৭ঃ৩০ বজাত আনুষ্ঠানিকভাৱে সংবাদ বিজ্ঞপ্তি প্ৰকাশ পায়।

যদি উত্তীৰ্ণৰ হাৰ জিলা ভিত্তিক চাবলৈ যাও, তেন্তে কলা শাখাত প্ৰথম উত্তীৰ্ণৰ হাৰ হিচাপে শীৰ্ষত আছে বাক্সা জিলা। বাক্সাত ৯৪.২৯ শতাংশ হৈছে উত্তীৰ্ণ, ইফালে ৯২ শতাংশৰে দ্বিতীয় স্থানত আছে দৰং জিলা আৰু ৯০.৩৫ শতাংশ উত্তীৰ্ণৰে তৃতীয় স্থানত আছে লখিমপুৰ জিলা। এইবাৰ উত্তীৰ্ণৰ হাৰ আটাইতকৈ বেয়া হৈছে কাছাৰ জিলাত। যদি শতাংশৰ হিচাপত চাবলৈ যাও, তেন্তে কলা শাখাত কাছাৰত ৫৯.৮৩ শতাংশ ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হৈছে।

বাণিজ্য শাখাত প্ৰথম উত্তীৰ্ণৰ হাৰ হিচাপে শীৰ্ষত আছে মাজুলী। মাজুলীত ১০০ শতাংশ হৈছে উত্তীৰ্ণ, ইফালে ৯৮ শতাংশৰে দ্বিতীয় স্থানত আছে তামুলপুৰ আৰু ৯৬.৪৬ শতাংশ উত্তীৰ্ণৰে তৃতীয় স্থানত আছে বজালী জিলা। এইবাৰ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আটাইতকৈ বেয়া হৈছে কোকৰাঝাৰ জিলাত। যদি শতাংশৰ হিচাপত চাবলৈ যাও, তেন্তে কোকৰাঝাৰত ৬৯.২৮ শতাংশ ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হৈছে।

আনহাতে, বিজ্ঞান শাখাত প্ৰথম উত্তীৰ্ণৰ হাৰ হিচাপে শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙত ৯৮.৩৬ শতাংশ হৈছে উত্তীৰ্ণ, ইফালে ৯৭.৩৬ শতাংশৰে দ্বিতীয় স্থানত আছে শিৱসাগৰ আৰু ৯৭.০১ শতাংশ উত্তীৰ্ণৰে তৃতীয় স্থানত আছে দৰং জিলা। এইবাৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আটাইতকৈ বেয়া হৈছে কোকৰাঝাৰ জিলাত। যদি শতাংশৰ হিচাপত চাবলৈ যাও, তেন্তে ধেমাজিত ৭০.০৩ শতাংশ ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হৈছে।

পূৰ্বৰ ফলাফল

যোৱা বৰ্ষত ২০২৫ চনত ৩০ এপ্ৰিলত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছিল, য’ত কলা বিষয়ত ৮১.০৩ শতাংশ, বিজ্ঞানত ৮৪.৮৮ শতাংশ, বাণিজ্যত ৮২.১৮ শতাংশ, আৰু বৃত্তিগত বিষয়ত ৬৮.৫৫ শতাংশ উত্তীৰ্ণ হৈছিল। ২০২৪ চনত ৯ মে’ত ফলাফল ঘোষণা কৰা হয়, য’ত কলা শাখাত ৮৮.২৪ শতাংশ, বিজ্ঞানত ৯০.২৯ শতাংশ আৰু বাণিজ্য শাখাত ৮৮.২৮ শতাংশ উত্তীৰ্ণ হয়। ২০২৩ চনত ৬ জুনত ব’ৰ্ডে ফলাফল ঘোষণা কৰিছিল, য’ত বিজ্ঞানত ৮৪.৯৬ শতাংশ, বাণিজ্য শাখাত ৭৯.৫৭ শতাংশ আৰু কলাত ৭০.১২ শতাংশ উত্তীৰ্ণ হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam HS Result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

October 15, 2026
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
Next Post
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

'ভালকৈ খবৰ ল'ম...পিছত আক্ষেপ নকৰিব', জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.