• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

5 months ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

2 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

2 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

4 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

4 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

5 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

5 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

6 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

7 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

7 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

8 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

'ভালকৈ খবৰ ল'ম...পিছত আক্ষেপ নকৰিব', জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

editor by editor
April 28, 2026
in বিবিধ, ভাৰত, লেখা
0
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ পশ্চিমবংগত কেইবাজনো বিশেষ বিষয়াক নিয়োগ কৰা হৈছে। উত্তৰ প্ৰদেশৰ সিংঘম অফিচাৰ তথা এনকাউণ্টাৰ স্পেচিয়েলিষ্ট অজয় পাল শৰ্মাকো বংগ নিৰ্বাচনৰ বাবে নিয়োগ কৰা হৈছিল।

২৩ এপ্ৰিলত পশ্চিম বংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ৰ পূৰ্বে উত্তৰ প্ৰদেশৰ কঠোৰ আই পি এছ বিষয়া অজয়​পাল শৰ্মাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত তেওঁ তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী জাহাংগীৰ খানক সকীয়াই দিয়া দেখা যায়।

এই সময়ছোৱাত এনকাউণ্টাৰ বিশেষজ্ঞ তথা উত্তৰ প্ৰদেশ আৰক্ষীৰ ‘সিংঘম’ অজয়​পাল শৰ্মাক দক্ষিণ ২৪ পৰগনাত আৰক্ষী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অভিষেক বেনাৰ্জীৰ ঘনিষ্ঠ জাহাংগীৰ খানৰ পৰিয়াললৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে অজয়​পাল শৰ্মাই। ইউ পিৰ সিংঘমে কয় যে কোনোবাই যদি মানুহক ভয় দেখুৱাবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ সৈতে কঠোৰ ব্যৱহাৰ কৰা হ’ব।

এইবাৰৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত টিএমচিৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী জাহাংগীৰ খানে ৰাইজক ভয়-ভাবুকি দিছিল। ফলত তেওঁৰ বিৰুদ্ধে স্থানীয় বাসিন্দাক ভয় দেখুৱাৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল। এই সময়ত অজয় পাল শৰ্মা যেতিয়া ফাল্টা বিধান সভা সমষ্টিত উপস্থিত হয় তেতিয়া তেওঁ কয়, “জাহাংগীৰৰ পৰিয়ালো ইয়াত থিয় হৈ আছে। তেওঁৰ মানুহে ভাবুকি দিয়া বুলি বাৰে বাৰে খবৰ পোৱা গৈছে। আমি ভালদৰে তদন্ত কৰিম। পিছত কান্দি আক্ষেপ নকৰিব।”

Ajay Pal Sharma, the encounter specialist and Singham of UP police, is deployed as police observer of South 24 Parganas. He just read the riot act to Bhaipo’s henchman Jehangir Khan’s family members.

Nobody can stop this election from being the most free and fair election in 50… pic.twitter.com/p3WOLLXL6d

— BJP West Bengal (@BJP4Bengal) April 27, 2026

 

Y শ্ৰেণীৰ সুৰক্ষাৰ ওপৰত উত্থাপিত প্ৰশ্ন

অজয় পাল শৰ্মা যেতিয়া জাহাংগীৰ খানৰ সমষ্টিত উপস্থিত হয়, তেতিয়া তেওঁ ঘৰৰ বাহিৰত ১৪ জন জোৱানক লগ পায়। স্থানীয় আৰক্ষী অধীক্ষকে তেওঁক জনায় যে জাহাংগীৰ খানৰ ৱাই কেটেগৰী নিৰাপত্তা আছে, যাৰ বাবে ১০ জন নিৰাপত্তাৰক্ষীৰ পোৱা যায়।

অজয় পাল শৰ্মাই প্ৰশ্ন উত্থাপন কৰে যে কিয় অতিৰিক্ত চাৰিজন জোৱান নিয়োগ কৰা হৈছে। অতিৰিক্ত বাহিনী নিয়োগ কৰাৰ বাবে স্পষ্টীকৰণ দাবী জনাই স্থানীয় আৰক্ষী অধীক্ষকক জাননী প্ৰেৰণ কৰে বিষয়াগৰাকীয়ে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
Next Post
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ'ল IPL ৰ আম্পায়াৰ?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ'ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.