ছহিদক লৈ বিধানসভাত আৰম্ভ হ’ল বোকা ছটিওৱাৰ ৰাজনীতি। বিধানসভাত ছহিদক লৈ শাসক-বিৰোধীৰ এয়া সন্মান নে অপমান?