গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক জাকজমকতাপূর্ণ অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবর্গ আৰু দলীয় কর্মীৰ উপস্থিতিত apccৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ভূপেন কুমাৰ বৰাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ