চুক্তি ৰাজহুৱা নকৰাক লৈ উত্তপ্ত বিধানসভা। সদন ত্যাগ কৰিলে বিৰোধীয়ে। বিৰোধীৰ অনুপস্থিতিত চলি থাকিল সদন।