• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়, কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?

অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়, কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?

5 years ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

33 minutes ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

1 hour ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

2 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

5 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

6 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

8 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

19 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

20 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

20 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

20 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

21 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়, কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?

editor by editor
May 3, 2021
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়, কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?
0
SHARES
512
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসমত পুনৰ বিজেপিৰ চমকপ্ৰদ বিজয়। দ্বিতীয়বাৰৰ বাবে দিছপুৰ বিজেপিৰ দখললৈ। কোন সমষ্টিত কোনে মাৰিলে শেষ হাঁহি?

বিজেপিৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) ৰাতাবাৰী-  বিজয় মালাকাৰ

২) পাথাৰকান্দি – কৃষ্ণেন্দু পাল

৩) শিলচৰ – দ্বিপায়ন চক্ৰৱৰ্তী

৪) ধলাই-  পৰিমল শুক্লবৈদ্য

৫) উদাৰবন্দ-  মিহিৰকান্তি সোম

৬) লক্ষীপুৰ-  কৌশিক ৰায়

৭) হাফলং-  নন্দিতা গাৰ্লোছা

৮) বোকাজান-  নোমল মোমিন

৯) হাওৰাঘাট-  দৰছিং ৰংহাং

১০) ডিফু-  বিদ্যাছিং ইংলেং

১১) বৈঠালাংছ’-  ৰূপছিং টেৰণ

১২) বিজনী-  অজয় কুমাৰ ৰয়

১৩) পাটাছাৰকুছি-  ৰঞ্জিত দাস

১৪) পলাশবাৰী-  হেমাংগ ঠাকুৰীয়া

১৫) জালুকবাৰী-  হিমন্ত বিশ্ব শৰ্মা

১৬) দিছপুৰ-  অতুল বৰা

১৭) গুৱাহাটী(পূঃ)-  সিদ্ধাৰ্থ ভট্টাচাৰ্য

১৮) হাজো-  সুমন হৰিপ্ৰিয়া

১৯) কমলপুৰ-  দিগন্ত কলিতা

২০) ৰঙিয়া-  ভৱেশ কলিতা

২১) নলবাৰী-  জয়ন্ত মল্ল বৰুৱা

২২) ধৰ্মপুৰ-  চন্দ্ৰমোহন পাটোৱাৰী

২৩) ছিপাঝাৰ-  পৰমানন্দ ৰাজবংশী

২৪) ঢেকীয়াজুলি-  অশোক সিংঘাল

২৫) বৰছলা-  গণেশ লিম্বু

২৬) ৰঙাপাৰা-  কৃষ্ণকমল তাঁতী

২৭) চতিয়া-  পদ্ম হাজৰিকা

২৮) বিশ্বনাথ-  প্ৰমোদ বৰঠাকুৰ

২৯) বিহালী-  ৰঞ্জিত দত্ত

৩০) গহপুৰ-  উৎপল বৰা

৩১) জাগীৰোড-  পীযুষ হাজৰিকা

৩২) মৰিগাঁও-  ৰমাকান্ত দেউৰী

৩৩) নগাঁও-  ৰূপক শৰ্মা

৩৪) বঢ়মপুৰ-  জিতু গোস্বামী

৩৫) হোজাই-  ৰামকৃষ্ণ ঘোষ

৩৬) লামডিং-  শিবু মিশ্ৰ

৩৭) সৰুপথাৰ-  বিশ্বজিত ফুকন

৩৮) গোলাঘাট-  অজন্তা নেওগ

৩৯) খুমটাই-  মৃণাল শইকীয়া

৪০) মাহমৰা-  যোগেন মহন

৪১) সোণাৰি-   ধৰ্মেশ্বৰ কোঁৱৰ

৪২) বিহপুৰীয়া-  অমিয় কুমাৰ ভূঞা

৪৩) লখিমপুৰ-  মানৱ ডেকা

৪৪) ঢকুৱাখনা-  নৱ দ’লে

৪৫) ধেমাজি-  ৰণোজ পেগু

৪৬) জোনাই-  ভূবন পেগু

৪৭) মৰাণ-  চক্ৰধৰ গগৈ

৪৮) ডিব্ৰুগড়-  প্ৰশান্ত ফুকন

৪৯) লাহোৱাল-  বিনোদ হাজৰিকা

৫০) দুলীয়াজান-  তেৰছ গোৱালা

৫১) টিংখাং-  বিমল বৰা

৫২) নাহৰকটীয়া-  তৰংগ গগৈ

৫৩) তিনিচুকীয়া-  সঞ্জয় কিষাণ

৫৪) ডিগবৈ-  সুৰেন ফুকন

৫৫) মাৰ্ঘেৰিটা-  ভাস্কৰ শৰ্মা

৫৬) ডুমডুমা-  ৰূপেশ গোৱালা

৫৭) শদিয়া-  বলীন চেতিয়া

৫৮) যোৰহাট-  হিতেন্দ্ৰনাথ গোস্বামী

৫৯) মাজুলী-  সৰ্বানন্দ সোণোৱাল

৬০) পানেৰী- বিশ্বজিত দৈমাৰী

 

কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) কৰিমগঞ্জ(উত্তৰ)- কমলাক্ষ দে’ পুৰকায়স্থ

২) কৰিমগঞ্জ(দঃ)-  ছিদ্দিক আহমেদ

৩) বৰখলা-  মিছবাহুল ইছলাম লস্কৰ

৪) কাটিগড়া-  খলিলুদ্দিন বৰভূঞা

৫) দক্ষিণ শালামাৰা-  ৱাজেদ আলী চৌধুৰী

৬) গোলকগঞ্জ-  আব্দুছ ছুভান আলী সৰকাৰ

৭) অভয়াপুৰী(উত্তৰ)-  আব্দুল বাতেন খণ্ডকাৰ

৮) অভয়াপুৰী(দক্ষিণ)-  প্ৰদীপ সৰকাৰ

৯) দুধনৈ-  যাদৱ স্বৰ্গীয়াৰী

১০) গোৱালপাৰা(পূঃ)- আবুল কালাম ৰশিদ আলম

১১) গোৱালপাৰা(পশ্চিম)- আব্দুৰ ৰছিদ মণ্ডল

১২) জলেশ্বৰ-   আফতাবুদ্দিন মোল্লা

১৩) বৰপেটা-  আব্দুৰ ৰহিম আহমেদ

১৪) বাঘবৰ-   শ্বেৰমান আলী

১৫) সৰুক্ষেত্ৰী-   জাকিৰ হুছেইন সিকদাৰ

১৬) বকো-  নন্দিতা দাস

১৭) ছয়গাঁও-  ৰেকিবুদ্দিন আহমেদ

১৮) বৰক্ষেত্ৰী-   দিগন্ত বৰ্মন

১৯) মঙলদৈ-   বসন্ত দাস

২০) বটদ্ৰৱা-  শিৱামণি বৰা

২১) লাহৰিঘাট-   আছিফ মহম্মদ নাজাৰ

২২) ৰহা-   শশীকান্ত দাস

২৩) ৰূপহীহাট-   নুৰুল হুদা

২৪) চামগুৰি-   ৰকিবুল হুছেইন

২৫) তিতাবৰ-  ভাস্কৰজ্যোতি বৰুৱা

২৬) মৰিয়নী- ৰূপজ্যোতি কুৰ্মী

২৭) নাজিৰা- দেৱব্ৰত শইকীয়া

২৮) থাওৰা- সুশান্ত বৰগোঁহাই

২৯) নাওবৈচা- ভৰত নৰহ

 

এজিপিৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) তেজপুৰ-  পৃথ্বীৰাজ ৰাভা

২) কলিয়াবৰ-  কেশৱ মহন্ত

৩) বোকাখাত-   অতুল বৰা

৪) দেৰগাঁও-  ভৱেন ভড়ালী

৫) বঙাইগাঁও-   ফণীভূষণ চৌধুৰী

৬) গুৱাহাটী(পশ্চিম)-  ৰমেন্দ্ৰ নাৰায়ণ কলিতা

৭) টীয়ক-  ৰেণুপমা ৰাজখোৱা

৮) আমগুৰি-   প্ৰদীপ হাজৰিকা

৯) চাবুৱা-  পোণাকন বৰুৱা

 

AIUDFৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) বদৰপুৰ-  আব্দুল আজিজ

২) হাইলাকান্দি-  জাকিৰ হুছেইন লস্কৰ

৩) কাটলিচেৰা-  ছুজামউদ্দিন লস্কৰ

৪) আলগাপুৰ-  নিজামুদ্দিন চৌধুৰী

৫) সোণাই-  কৰিম উদ্দিন বৰভূঞা

৬) মানকাচৰ-  আমিনুল ইছলাম

৭) ধুবুৰী-  নজৰুল হক

৮) গৌৰিপুৰ-  মিজানুৰ ৰহমান

৯) বিলাসীপাৰা (পশ্চিম)-   হাফিজ বছিৰ কাছিমী

১০) বিলাসীপাৰা(পূঃ)-  ছামছুল হুদা

১১) ভৱানীপুৰ-  ফণী তালুকদাৰ

১২) জনীয়া-  হাফিজ ৰফিুকুল ইছলাম

১৩) চেঙা – আশ্ৰাফুল হুছেইন

১৪) দলগাঁও –  মজিবুৰ ৰহমান

১৫) ধিং-  আমিনুল ইছলাম

১৬) যমুনামুখ – ছিৰাজুদ্দিন আজমল

 

BPFৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) গোসাঁইগাঁও-   মাজেন্দ্ৰ নাৰ্জাৰী

২) কোকৰাঝাৰ(পশ্চিম)-  ৰবিৰাম নাৰ্জাৰী

৩) কলাইগাঁও-  দুৰ্গাদাস বড়ো

৪) মাজবাট-  চৰণ বড়ো

 

UPPL ৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) কোকাৰাঝাৰ(পূঃ)-  লৰেন্স ইছলাৰী

২) ছিদলি-  জয়ন্ত বসুমতাৰী

৩) তামুলপুৰ-  লেহোৰাম বড়ো

৪) বৰমা-  ভূপেন বড়ো

৫) চাপাগুৰি-  ইউ জি ব্ৰহ্ম

৬) ওদালগুৰি-  গোবিন্দ বসুমতাৰী

 

CPI(M) ৰ জয়ী প্ৰাৰ্থীৰ তালিকাঃ

১) সৰভোগ-  মনোৰঞ্জন তালুকদাৰ

 

ৰাইজৰ দলৰ জয়ী প্ৰাৰ্থীঃ

১) শিৱসাগৰ-  অখিল গগৈ

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam assembly electionassam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

December 17, 2025
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
বিশ্ব

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

December 17, 2025
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
ক্ৰীড়া

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

December 17, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
বংগত জয়েৰে ৰাজনৈতিক ব্যৱস্থাপনাৰ পেছা ত্যাগ প্ৰশান্ত কিশোৰৰ

বংগত জয়েৰে ৰাজনৈতিক ব্যৱস্থাপনাৰ পেছা ত্যাগ প্ৰশান্ত কিশোৰৰ

অখিল গগৈৰ নতুন ঠিকনা MLA হোষ্টেলৰ ৫৩নং কুটীৰ

অখিল গগৈৰ নতুন ঠিকনা MLA হোষ্টেলৰ ৫৩নং কুটীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.