• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ২৫০ টকাতে অসমবাসীয়ে পাব ৰন্ধন গেছ, মুখ্যমন্ত্ৰীৰ ঘোষণা

মাথো ২৫০ টকাতে অসমবাসীয়ে পাব ৰন্ধন গেছ, মুখ্যমন্ত্ৰীৰ ঘোষণা

12 months ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

9 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

10 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

10 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

11 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

11 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

12 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

12 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

13 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

14 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

14 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাথো ২৫০ টকাতে অসমবাসীয়ে পাব ৰন্ধন গেছ, মুখ্যমন্ত্ৰীৰ ঘোষণা

editor by editor
April 28, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মাথো ২৫০ টকাতে অসমবাসীয়ে পাব ৰন্ধন গেছ, মুখ্যমন্ত্ৰীৰ ঘোষণা
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ২৫০ টকাতে অসমবাসীয়ে পাব ৰন্ধন গেছ, মুখ্যমন্ত্ৰীৰ ঘোষণা

২৬ৰ নিৰ্বাচনৰ পূৰ্বে অসমবাসীলৈ সুখবৰ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘোষণা কৰিলে এক অতিকে সুখবৰ। এইবাৰ সাধাৰণ জনতালৈ অসম চৰকাৰে আগবঢ়াইছে মাথো ২৫০ টকাতে ৰন্ধন গেছ।

অসমত বহু পৰিয়ালে মাথো ২৫০টকাতে পাব গেছ চিলিণ্ডাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণাই এতিয়া সুখৰ ঢল নমাইছে সাধাৰণ জনতাৰ জীৱনলৈ।

অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক ২৫০টকাতে প্ৰদান কৰা হ’ব চিলিণ্ডাৰ । উজ্বলা আঁচনিৰ গেছ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা।

পাছে উজ্বলা আঁচনিৰ হিতাধিকাৰী হ’বলৈ কেনেকৈ আবেদন কৰিব আপুনি? কি কি যোগ্যতা থাকিলে ২৫০টকাতে পাব গেছ?

১৮ বছৰৰ উৰ্ধৰ মহিলাই আবেদন কৰিব পাৰিব এই আঁচনিৰ বাবে। কেৱল মহিলাইহে কৰিব পাৰিব আবেদন। PMAYকে আদি কৰি বহু আঁচনিৰ হিতাধিকাৰী হ’লেহে কৰিব পাৰিব আবেদন।

লগতে এই সুবিধা পাবৰ বাবে আবেদনৰ সময়ত কি কি তথ্য লাগিব আপোনাক? প্ৰথমে জমা দিব লাগিব KYC, আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক, বেংক একাউণ্ট আৰু বেংকৰ IFSC কোডৰো প্ৰয়োজন হব। আবেদনকাৰী হ’ব লাগিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী।

অধিক তথ্যৰ বাবে প্ৰশাসমৰ ফালৰ পৰা মুকলি কৰা হৈছে ২টাকৈ হেল্পলাইন নম্বৰো। 1800266-6696, টোল ফ্ৰী নম্বৰ 18002333555.

ইয়াৰ উপৰি উজ্বলা আঁচনিৰ হিতাধিকাৰী নহ’লেও কম মূল্যত লাভ কৰিব গেছ। অৱশ্যে ২৫০ৰ সলনি ৬০০টকা ভৰিব লাগিব, ৬০০ টকাতে অসমৰ প্ৰতিটো পৰিয়ালক গেছ দিব চৰকাৰে। অসমৰ জনতাক নিৰ্বাচনৰ পূৰ্বে এই বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২৭ এপ্ৰিল তাৰিখ দেওবাৰে ডিব্ৰুগড়ৰ নিৰ্বাচনী সভাত এই প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। সদৰি কৰা অনুসৰি, চলিত বৰ্ষৰে অক্টোবৰ মাহৰ পৰা এই সুবিধা লাভ কৰিব অসমৰ জনতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmCylinder Pricegas cylinderHimanta-bishwa-sarmaLPG
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ
অসম

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

April 9, 2026
Next Post
নিশা ঢকুৱাখনাত অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ যুৱকে

নিশা ঢকুৱাখনাত অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ যুৱকে

ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক! নিষিদ্ধ হ’ল ছোৱেইব আখতাৰসহ ১৬টা পাকিস্তানী ইউটিউব চেনেল

ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক! নিষিদ্ধ হ'ল ছোৱেইব আখতাৰসহ ১৬টা পাকিস্তানী ইউটিউব চেনেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.