অসমত ৫০ হাজাৰ লোকে লাভ কৰিব বিনামূলীয়া বিজুলী
বিদ্যুতৰ নামত দিব নালাগে এটকাও বিল
সকাহ পাব স্মাৰ্ট মিটাৰৰ পৰা
অসম বাজেটত সুখবৰ দিলে বিত্তমন্ত্ৰী অজন্তা নেওগে
প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ আঁচনিৰ জৰিয়তে এই সুবিধা প্ৰদান কৰিব চৰকাৰে
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক এই সুবিধা দিব অসম চৰকাৰে
প্ৰতি কিলো ৱাটত ২০০০টকা ৰাজ সাহাৰ্য প্ৰদান কৰিব চৰকাৰে
সৰ্বোচ্চ ৩কিলো ৱাটত ৬০০০টকাৰ ৰাজ সাহাৰ্য্য প্ৰদানৰ ঘোষণা
প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ ৫০হাজাৰ কৰ্মচাৰীক দিয়া হ’ব এই সুবিধা
এইসকল কৰ্মচাৰীক বিনামূলীয়াকৈ সৌৰশক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ