• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ লৈ আহিব পাৰিব প্ৰশ্ন কাকত, লগতে আৰু কি কি নিয়ম, মুখ্যমন্ত্ৰীৰ সদৰি

এইবাৰ লৈ আহিব পাৰিব প্ৰশ্ন কাকত, লগতে আৰু কি কি নিয়ম, মুখ্যমন্ত্ৰীৰ সদৰি

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 week ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 week ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এইবাৰ লৈ আহিব পাৰিব প্ৰশ্ন কাকত, লগতে আৰু কি কি নিয়ম, মুখ্যমন্ত্ৰীৰ সদৰি

editor by editor
September 25, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
এইবাৰ লৈ আহিব পাৰিব প্ৰশ্ন কাকত, লগতে আৰু কি কি নিয়ম, মুখ্যমন্ত্ৰীৰ সদৰি
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ লৈ আহিব পাৰিব প্ৰশ্ন কাকত, লগতে আৰু কি কি নিয়ম, মুখ্যমন্ত্ৰীৰ সদৰি

অহা ২৯ তৰিখে অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে নিয়মৰ তালিকা। লগতে সদি কৰে প্ৰশ্ন কাকত সন্দৰ্ভতো তথ্য। এইবাৰৰ পৰীক্ষাৰ্থীয়ে উভতাই আনিব পাৰিব প্ৰশ্নকাকত।

লগেত সদৰি কৰা অনুসৰি –
পৰীক্ষাৰ ডেৰ ঘণ্টা পূৰ্বে কেন্দ্ৰত উপস্থিত হব লাগিব পৰীক্ষাৰ্থী
প্ৰৱেশদ্বাৰ বন্ধ হোৱাৰ পাছত কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থী
এডমিট কাৰ্ড অবিহনে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহব
এডমিট কাৰ্ডৰ লগতে পৰীক্ষাৰ্থীয়ে দেখুৱাব লাগিব পৰিচয় পত্ৰ
মেটেল ডিটেক্টৰ অথবা মেনুৱেলি হব পৰীক্ষাৰ্থীৰ তালাচী
আপত্তিজনক তালাচীৰ সন্মুখীন হ’লে পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধানক জনোৱাৰ আহ্বান
খৰতকীয়া তালাচীৰ সুবিধাৰ বাবে হাতছুটি পোছাক, চেণ্ডেল পিন্ধি অহাৰ পৰামৰ্শ
পৰীক্ষা কেন্দ্ৰলৈ এডমিট কাৰ্ডৰ লগতে নিব লাগিব চৰকাৰী পৰিচয় পত্ৰ
নিব লাগিব নীলা অথবা ক’লা চি়ঁয়াহীৰ বলপইণ্ট
নিব পাৰিব ডেবিট-ক্ৰেডিট কাৰ্ড অথবা সামান্য ধন, পানীৰ বটল
কিন্তু খোৱাপানীৰ বটলত থাকিব নালাগিব কোনোধৰণৰ লেবেল
পৰাক্ষীৰ পাছত ঘৰলৈ লৈ যাব পাৰিব প্ৰশ্নকাকত

লগতে ইয়াকো সদৰি কৰে যে, ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা ADRE সন্দৰ্ভত জাননী জাৰি- ২৭ ছেপ্টেম্বৰৰ পৰা পৰীক্ষাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব OMR শ্বীটৰ ফটোকপি। ৫০ টকা দি অনলাইন যোগে লাভ কৰিব OMR শ্বীটৰ ফটোকপি। এক্স হেণ্ডেলযোগে সদৰি কৰে এই তথ্য।

https://x.com/himantabiswa/status/1838919505868619878

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 3rd GradeADREassam cmAssam Govt Exam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
ৰাহুৰ নক্ষত্ৰমণ্ডলত শুক্ৰ ট্ৰেনজিটৰ বাবে ৩ ৰাশি সমৃদ্ধিশালী হ’ব; সুখেৰে ভৰি পৰিব দিন

ৰাহুৰ নক্ষত্ৰমণ্ডলত শুক্ৰ ট্ৰেনজিটৰ বাবে ৩ ৰাশি সমৃদ্ধিশালী হ’ব; সুখেৰে ভৰি পৰিব দিন

কেৰিয়াৰৰ অন্ত নেকি ইশান কিষানৰ! বাংলাদেশৰ সৈতে দ্বিতীয়খন টেষ্ট মেছত…

কেৰিয়াৰৰ অন্ত নেকি ইশান কিষানৰ! বাংলাদেশৰ সৈতে দ্বিতীয়খন টেষ্ট মেছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.