• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগাঁও এনকাউণ্টাৰ কাণ্ড : তৎপৰ চৰকাৰ, ৰাজহুৱা শুনানি গ্ৰহণ কৰিব অঃ মুখ্য সচিবে

নগাঁও এনকাউণ্টাৰ কাণ্ড : তৎপৰ চৰকাৰ, ৰাজহুৱা শুনানি গ্ৰহণ কৰিব অঃ মুখ্য সচিবে

4 years ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

35 minutes ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

1 hour ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

2 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

3 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

4 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

4 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

16 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

17 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

18 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

18 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নগাঁও এনকাউণ্টাৰ কাণ্ড : তৎপৰ চৰকাৰ, ৰাজহুৱা শুনানি গ্ৰহণ কৰিব অঃ মুখ্য সচিবে

editor by editor
January 26, 2022
in অপৰাধ, অসম, ৰাজনীতি
0
নগাঁও এনকাউণ্টাৰ কাণ্ড : তৎপৰ চৰকাৰ, ৰাজহুৱা শুনানি গ্ৰহণ কৰিব অঃ মুখ্য সচিবে
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ ৰাজ্যজুৰি জোকাৰণি তোলা নগাঁৱৰ বিতৰ্কিত এনকাউণ্টাৰক লৈ ৰাজ্য চৰকাৰ তৎপৰ হোৱা দেখা গৈছে৷

মুখ্যমন্ত্ৰীয়ে দোষী আৰক্ষী বিষয়াই হাৰি নাযায় বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰাৰ পিছতে ৰাজ্য চৰকাৰে বিশেষ তৎপৰল হোৱা পৰিলক্ষিত হৈছে৷

বুধবাৰে ভুক্তভোগী যুৱক কীৰ্তিকমল বৰাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনীয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু কৰাৰ পিছতে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবে ৰাজহুৱা শুনানি গ্ৰহণ কৰিব বুলিও চৰকাৰে প্ৰকাশ কৰিছে৷

বুধবাৰে নগাঁও জিলা উপায়ুক্তই প্ৰকাশ কৰা অসম চৰকাৰৰ এক জাননী অনুসৰি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে অহা ২৮ জানুৱাৰীত ৰাজহুৱা শুনানি গ্ৰহণ কৰাৰ কথা৷

জাননীৰ যোগেদি নগাঁৱৰ আৱৰ্ত্ত ভৱনত ২৮ জানুৱাৰীৰ বিয়লি ২ বজাৰ পৰা ৪ বজালৈ গ্ৰহণ কৰিবলগীয়া শুনানিত অংশগ্ৰহণ কৰি উক্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী সকলক সাক্ষ্য প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

উল্লেখ্য যে যোৱা ২২ জানুৱাৰীত নগাঁৱত আৰক্ষী বিভাগৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ দ্বাৰা কীৰ্তিকমল বৰা নামৰ এজন যুৱক ভুৱা এনকাউণ্টাৰৰ বলি হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এই কাণ্ডৰ পিছতে নগাঁও আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছিল দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বনৰ দাবী উত্থাপন হৈছে।

ইয়াৰ পিছতে ৰাজ্য চৰকাৰে ঘটনাটোকলৈ বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Assam-Govtaxom live 24nagaon encounter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
Next Post
বায়ু সেনাৰ প্ৰটীকপটত অংশ ল’লে প্ৰথমগৰাকী মহিলা ৰাফেল যঁজাৰু পাইলট শিৱাংগীয়ে

বায়ু সেনাৰ প্ৰটীকপটত অংশ ল’লে প্ৰথমগৰাকী মহিলা ৰাফেল যঁজাৰু পাইলট শিৱাংগীয়ে

নতুন ৰূপত এয়াৰ ইণ্ডিয়া, আজিৰে পৰা সলনি হ’ব উৰণৰ এইসমূহ নিয়ম…

নতুন ৰূপত এয়াৰ ইণ্ডিয়া, আজিৰে পৰা সলনি হ’ব উৰণৰ এইসমূহ নিয়ম…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.