• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগাঁও এনকাউণ্টাৰ : আৰক্ষী বিষয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু

নগাঁও এনকাউণ্টাৰ : আৰক্ষী বিষয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু

5 years ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

10 minutes ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

1 hour ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

2 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

4 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

6 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

7 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

19 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

20 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

21 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

21 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নগাঁও এনকাউণ্টাৰ : আৰক্ষী বিষয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু

editor by editor
January 26, 2022
in অপৰাধ, অসম, গুৱাহাটী
0
নগাঁও এনকাউণ্টাৰ : আৰক্ষী বিষয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্য তোলপাৰ লগোৱা নগাঁৱৰ ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ একাউন্টাৰ ঘটনাই এইবাৰ নতুন মোৰ লৈছে৷

ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উচিত তদন্ত কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতো অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াই ছাত্ৰ নেতাগৰাকীৰ বিৰুদ্ধে জামিন বিহীন ধাৰাত গোচৰ ৰুজু কৰাৰ খবৰ আহিছিল৷

ইয়াৰ পিছতে অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে জামিন বিহীন ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ আৰক্ষীৰ গুলীত আহত কীৰ্তিকমল বৰাৰ পিতৃয়ে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে এই গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে৷

নগাঁও সদৰ আৰক্ষী থানাত ১৩৯/২২নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৬/৩০৭/৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে।

ইফালে ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠাৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষ আনন্দ মিশ্ৰই অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াসহ ঘটনাটোৰ সৈতে জড়িত আটাইকেইজন আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷

আনহাতে, সামাজিক মাধ্যম আৰু ৰাজ্যজুৰি ঘটনাটোৰ বিৰুদ্ধ তীব্ৰ প্ৰতিবাদ হোৱাৰ পিছতে নগাঁও আৰক্ষীয়ে ঘটনাটোৰ ব্যাখ্যা সলনিৰ চেষ্টা কৰাৰো অভিযোগ উঠিছে৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দোষী আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পিছত সমগ্ৰ ঘটনাটোৰ তদন্তই কি গতি লাভ কৰে তাকেই লৈ ৰাজ্যবাসী উৎসুক হৈ ৰোৱা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাই দোষী আৰক্ষী বিষয়াক উচিত শাস্তি বিহা হ’ব নে? এই প্ৰশ্নটোও এতিয়া ৰাজ্যবাসীৰ মনত উদয় হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam policeaxom live 24nagaon encounternagaon policesp anand mishra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ
ভাৰত

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

August 25, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
Next Post
নগাঁও এনকাউণ্টাৰ কাণ্ড : তৎপৰ চৰকাৰ, ৰাজহুৱা শুনানি গ্ৰহণ কৰিব অঃ মুখ্য সচিবে

নগাঁও এনকাউণ্টাৰ কাণ্ড : তৎপৰ চৰকাৰ, ৰাজহুৱা শুনানি গ্ৰহণ কৰিব অঃ মুখ্য সচিবে

বায়ু সেনাৰ প্ৰটীকপটত অংশ ল’লে প্ৰথমগৰাকী মহিলা ৰাফেল যঁজাৰু পাইলট শিৱাংগীয়ে

বায়ু সেনাৰ প্ৰটীকপটত অংশ ল’লে প্ৰথমগৰাকী মহিলা ৰাফেল যঁজাৰু পাইলট শিৱাংগীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.