• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম আৰক্ষীৰ এনকাউন্টাৰ : ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ অসম চৰকাৰ

অসম আৰক্ষীৰ এনকাউন্টাৰ : ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ অসম চৰকাৰ

5 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

4 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

4 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

5 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

6 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

7 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

7 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

8 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

9 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

10 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

11 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

12 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অসম আৰক্ষীৰ এনকাউন্টাৰ : ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ অসম চৰকাৰ

editor by editor
January 26, 2022
in অপৰাধ, অসম, গুৱাহাটী, ৰাজনীতি
0
অসম আৰক্ষীৰ এনকাউন্টাৰ : ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ অসম চৰকাৰ
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষ বুলি দম্ভ মাৰি ফুৰা অসম চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতাক পুনৰ এবাৰ উন্মুক্ত কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰে ৰাজ্যখনত অব্যাহত থকা এনকাউন্টাৰ সন্দৰ্ভত দাখিল কৰিবলগীয়া শপতনামা দাখিলত ব্যৰ্থ হৈছে৷

অসম চৰকাৰৰ গৃহ বিভাগে এই সন্দৰ্ভত শপতনামা দাখিলত ব্যৰ্থ হোৱাৰ পিছতে ন্যায়ালয়ে পুনৰ কিছু দিন ধাৰ্য কৰি দিছে৷ অহা ৮ ফেব্ৰুৱাৰিত গোচৰটো পৰৱৰ্তী শুনানি কৰা হ’ব৷

উল্লেখ্য যে ক্ষমতালৈ আহিয়ে মুখ্যমন্ত্ৰী ডঃ হিমম্ত বিশ্ব শৰ্মাই ৰাজ্যত এনকাউণ্টাৰ আৰম্ভ কৰিছে৷ এইনকাণ্টাৰৰ প্ৰকোপ ৰাজ্যত ইমানেই বৃদ্ধি পাইছে যে ৰাজ্যৰ বিভিন্ন দল সংগঠন, বিৰোধী ৰাজনৈতিক দল আৰু জনসাধাৰণে মকুলিলৈ একাউণ্টাৰ বিৰোধ কৰিবলৈ আৰম্ভ কৰিছে৷

ইয়াৰ পিছতে অধিবক্তা মোঃ য়েছিন জৱাড্ডাৰে বিষয়টো ন্যায়ালয়ৰ মজিয়ালৈ লৈ যায়৷ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ সৌমিত্ৰ ডেকাৰ খণ্ড বিচাৰপীঠে শুনানি গ্ৰহণ কৰি যোৱা ১১ জানুৱাৰীতে অসম চৰকাৰক এনকাউণ্টাৰ সন্দৰ্ভত এক শপতানামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল৷

কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে উচ্চ ন্যায়ালয়ত এনকাউণ্টাৰ সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই শপতনামাখন প্ৰস্তুত কৰি থকা বুলি জানিবলৈ দিয়ে৷ শইকীয়াই আদালাতৰ পৰা শপতনামাখন সম্পূৰ্ণ কৰিবলৈ সময় বিচৰা বুলি জানিবলৈ দি কয় যে শপতনামাত দাখিলৰ বাবে ন্যায়ালয়ে চৰকাৰক আৰু ১০ দিনৰ সময় নিৰ্ধাৰণ কৰি দিছে৷

উল্লেখ্য যে উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ প্ৰধান সচিব (গৃহ), সচিব (গৃহ) বা অতিৰিক্ত সচিব (গৃহ)ক কথিত ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

অসম চৰকাৰৰ উপৰিও অসম আৰক্ষীৰ ডিজিপি, আইন আৰু ন্যায় বিভাগ, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম মানৱ অধিকাৰ আয়োগক অধিবক্তা আৰিফ মোঃ য়েছিন জৱাড্ডাৰে দাখিল কৰা আবেদনখনত উত্তৰদাতা হিচাপে নামকৰণ কৰা হৈছে।

ইফালে আবেদনকাৰী জৱাড্ডাৰে ভুক্তভোগী পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিয়া, চিবিআই, এছআইটি অথবা আন ৰাজ্যৰ যিকোনো আৰক্ষী দলৰ দৰে স্বতন্ত্ৰ সংস্থাৰ দ্বাৰা এনকাউণ্টাৰৰ তদন্ত কৰিবলৈ দাবী জনাইছে৷

স্মৰ্তব্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত ৰাজ্যত ৮০টাৰো অধিক এনকাউণ্টাৰ সংঘটিত হৈছে৷ ইয়াৰ ফলত ২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৮ জনৰো অধিক লোক আহত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam police encounterAssam-Govtaxom live 24encounterguwahati high court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
Next Post
নগাঁও এনকাউণ্টাৰ : আৰক্ষী বিষয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু

নগাঁও এনকাউণ্টাৰ : আৰক্ষী বিষয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু

নগাঁও এনকাউণ্টাৰ কাণ্ড : তৎপৰ চৰকাৰ, ৰাজহুৱা শুনানি গ্ৰহণ কৰিব অঃ মুখ্য সচিবে

নগাঁও এনকাউণ্টাৰ কাণ্ড : তৎপৰ চৰকাৰ, ৰাজহুৱা শুনানি গ্ৰহণ কৰিব অঃ মুখ্য সচিবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.