• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বায়ু সেনাৰ প্ৰটীকপটত অংশ ল’লে প্ৰথমগৰাকী মহিলা ৰাফেল যঁজাৰু পাইলট শিৱাংগীয়ে

বায়ু সেনাৰ প্ৰটীকপটত অংশ ল’লে প্ৰথমগৰাকী মহিলা ৰাফেল যঁজাৰু পাইলট শিৱাংগীয়ে

4 years ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

9 minutes ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

28 minutes ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

1 hour ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

3 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

4 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

6 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

6 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

7 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

8 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

9 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বায়ু সেনাৰ প্ৰটীকপটত অংশ ল’লে প্ৰথমগৰাকী মহিলা ৰাফেল যঁজাৰু পাইলট শিৱাংগীয়ে

editor by editor
January 26, 2022
in অসম, উত্তৰ-পূব, ভাৰত
0
বায়ু সেনাৰ প্ৰটীকপটত অংশ ল’লে প্ৰথমগৰাকী মহিলা ৰাফেল যঁজাৰু পাইলট শিৱাংগীয়ে
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস৷ গণৰাজ্য দিৱস উপলক্ষ্যে দেশৰ ৰাজধানী নতুন দিল্লীত আয়োজিত পেৰেডত অংশগ্ৰহণ কৰে দেশৰ প্ৰথম গৰাকী মহিলা ৰাফেল যুঁজাৰু জেটপাইলট শিৱাংগী সিঙে৷

জেটপাইলট শিৱাংগী সিঙে গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতীয় বায়ু সেনাৰ প্ৰতীকপটৰ অংশ হিচাপে ভাগ লয়।

আজি গণৰাজ্যৰ দিৱসৰ পেৰেড প্ৰতীকপটত অংশগ্ৰহণ কৰাৰ লগে লেগ শিৱাংগী সিং ভাৰতীয় বায়ু সেনাৰ প্ৰতীকপটত অংশ হোৱা দেশৰ দ্বিতীয় গৰাকী মহিলা যুঁজাৰু জেট পাইলট হিচাপে পৰিগণিত হয়৷

উল্লেখ্য যে যোৱা বৰ্ষত ফ্লাইট লেফটেনেণ্ট ভৱানা কান্ত বায়ু সেনাৰ প্ৰতীকপটত অংশ লৈ দেশৰ প্ৰথম মহিলা যুঁজাৰু জেট পাইলট হিচাপে পৰিগণিত হৈছিল।

ৰাফেলৰ পাইলট হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে শিৱাংগী সিং মিগ-২১ বাইচন বিমানৰ পাইলট আছিল।

উল্লেখ্য যে শিৱাংগী পঞ্জাৱৰ আম্বালাৰ বাহিৰত অৱস্থিত ভাৰতীয় গোল্ডেন এৰোছ স্কোয়াড্ৰনৰ অংশ লোৱা বাৰাণসীৰ জীয়ৰী শিৱাংগী সিঙে ২০১৭ চনত বায়ু সেনাত যোগদান কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 73rd republic dayasom live 24assam live 24axom live 24Flight Lieutenant Shivangi Singhrepublic dayShivangi Singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
নতুন ৰূপত এয়াৰ ইণ্ডিয়া, আজিৰে পৰা সলনি হ’ব উৰণৰ এইসমূহ নিয়ম…

নতুন ৰূপত এয়াৰ ইণ্ডিয়া, আজিৰে পৰা সলনি হ’ব উৰণৰ এইসমূহ নিয়ম…

অধিক শোচনীয় হৈছে দেশৰ কোভিড পৰিস্থিতি, বিগত ২৪ ঘন্টাত আক্ৰান্ত ২.৮৬ লাখ লোক

অধিক শোচনীয় হৈছে দেশৰ কোভিড পৰিস্থিতি, বিগত ২৪ ঘন্টাত আক্ৰান্ত ২.৮৬ লাখ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.