• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়, ৩২ জন দোষী সাব্যস্ত , ১০ বছৰৰ কাৰাদণ্ড

অৱশেষত APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়, ৩২ জন দোষী সাব্যস্ত , ১০ বছৰৰ কাৰাদণ্ড

2 years ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

3 minutes ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

32 minutes ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

1 hour ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

2 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

2 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

4 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

5 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

7 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

7 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

7 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অৱশেষত APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়, ৩২ জন দোষী সাব্যস্ত , ১০ বছৰৰ কাৰাদণ্ড

editor by editor
July 22, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অৱশেষত APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়, ৩২ জন দোষী সাব্যস্ত , ১০ বছৰৰ কাৰাদণ্ড
0
SHARES
393
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়, ৩২ জন দোষী সাব্যস্ত , ১০ বছৰৰ কাৰাদণ্ড

APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়। বিশেষ ন্যায়াধীশৰ আদালতে মুল অভিযুক্ত হিচাপে ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমানৰ সৈতে মুঠ ৩২গৰাকীক দোষী সাব্যস্ত কৰে।

আনহাতে দোষমুক্ত কৰা ১১গৰাকীৰ ভিতৰত ৬ গৰাকী প্রাৰ্থী আৰু ৫গৰাকী মধ্যভোগী। দোষমুক্ত ঘোষণা কৰা সকল হৈছে- বিকাশ পিন্সা, কৌশিক কলিতা, কুণাল দাস, জ্যোতিবন দত্ত, ফিৰোজ, বিউতি গগৈ, শৈজালী জোহৰী, ধৃতিমান ৰয়, মৌচুমী শইকীয়া, মোশ্বাৰফ হুছেইন। ইয়াৰে দালালৰ অভিযোগত অভিযুক্ত আছিল কৌশিক কলিতা আৰু কুণাল দাস।

কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ দোষী সাব্যস্ত ৰাকেশ পাল। PC আইনৰ ৭ নং ধাৰাৰ অধীনত ৭ বছৰৰ কাৰাদণ্ড। কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰৰ ৰায়দান প্ৰদান কৰে আদালতে।

বৰ্তমান আদালতৰ পৰাই জেললৈ যাব লাগিব এই দোষী ৩২গৰাকী ব্যক্তি। দোষী সাব্যস্ত হোৱা কেউজনেই হেৰুৱাব চাকৰি। ২০১৭চনত ভঙাগড় থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত ৰায়দান কৰে কামৰূপ বিশেষ আদালতে। গোচৰৰ ৰাজসাক্ষী আছিল এগৰাকী সদস্য বিনিতা ৰিঞ্জা।

প্ৰতিটো পদৰ বিনিময়ত ৰাকেশ পাল বাহিনীয়ে দৰ নিৰ্ধাৰণ কৰিছিল ১৫ লাখ টকা। দোষী সাব্যস্ত হোৱা সকলৰ তালিকা প্ৰকাশ-

ৰাকেশ পাল, বসন্ত কুমাৰ দলে, চামেদুৰ ৰহমান, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: apscApsc KelenkaliAPSC scamApsc ScameassamAssam Apsc jobscam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ
অসম

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

October 25, 2026
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ
অসম

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

October 25, 2026
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম
অপৰাধ

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

October 25, 2026
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
Next Post
মাথো ২ বিঘা মাটিৰ বাবে প্ৰাণ হেৰুৱালে ৫ জনকৈ নিৰীহ লোকে, ঘৰৰ সৰু পুত্ৰই কৰিলে এই কাণ্ড

মাথো ২ বিঘা মাটিৰ বাবে প্ৰাণ হেৰুৱালে ৫ জনকৈ নিৰীহ লোকে, ঘৰৰ সৰু পুত্ৰই কৰিলে এই কাণ্ড

পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে ক’লা গাখীৰ দিয়ে, ৯৯ শতাংশ লোকেই নাজানে এই বিষয়ে

পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে ক'লা গাখীৰ দিয়ে, ৯৯ শতাংশ লোকেই নাজানে এই বিষয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.