• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে ক’লা গাখীৰ দিয়ে, ৯৯ শতাংশ লোকেই নাজানে এই বিষয়ে

পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে ক’লা গাখীৰ দিয়ে, ৯৯ শতাংশ লোকেই নাজানে এই বিষয়ে

2 years ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

8 minutes ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

44 minutes ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

2 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

4 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

4 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

5 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

6 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

7 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

7 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

8 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

9 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে ক’লা গাখীৰ দিয়ে, ৯৯ শতাংশ লোকেই নাজানে এই বিষয়ে

editor by editor
July 22, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে ক’লা গাখীৰ দিয়ে, ৯৯ শতাংশ লোকেই নাজানে এই বিষয়ে
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে ক’লা গাখীৰ দিয়ে, ৯৯ শতাংশ লোকেই নাজানে এই বিষয়ে

গাখীৰ বুলিলেই সততে মনলৈ আহে বগা ৰং। বগা ৰঙৰ গাখীৰৰ কথাহে সকলোৱে জানে। সেয়া মানুহেই হওঁক নাইবা কোনো প্ৰাণীয়েই, সকলোৱে বগা গাখীয়েই দিয়ে। পাছে এই পৃথিৱীতেই এবিধ এনে প্ৰাণী আছে যিয়ে বগাৰ সলনি ক’লা গাখীৰ দিয়ে।

বিশ্বাস কৰিবলৈ টান হলেও এয়া সত্য, যে এবিধ এনে প্ৰাণী আছে যিয়ে ক’লা গাখীৰ দিয়ে। কেৱল সেই গাখীৰ বগা গাখীৰৰ দৰে গাঢ় তথা ক্ৰীমি নহয়। সেই গাখীৰ পানীৰ দৰে পনীয়া।

এনে ক’লা গাখীৰ দিয়া বিশ্বৰ একমাত্ৰ প্ৰাণী বিধ হৈছে আফ্ৰিকাৰ ক’লা গড়। এই ক’লা গড়ে পোৱালী জন্ম পালে ক’লা গাখীৰ দিয়ে। সেই গাখীৰ একেবাৰেই পনীয়া। ইয়াত কেৱল ০.২ শতাংশ চৰ্বি পোৱা যায়।

এই পাতল গাখীৰ জীৱ-জন্তুৰ লেহেমীয়া প্ৰজনন চক্ৰৰ লগত জড়িত। চাৰিৰ পৰা পাঁচ বছৰ বয়স হোৱাৰ পিছতহে ক’লা গঁড়ে বংশবৃদ্ধি কৰিব পাৰে। তেওঁলোকৰ গৰ্ভাৱস্থাৰ সময় এবছৰতকৈও অধিক। এটা সময়ত মাত্ৰ এটা পোৱালি জন্ম দিয়ে আৰু তাৰ পিছত কেঁচুৱাক ডাঙৰ-দীঘল কৰাত বহু সময় কটায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Afrikan Black RhinoBlack MilkBlack Rhino Black MilkBlackRhinomilkRhino
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

August 11, 2026
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ
অসম

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

August 11, 2026
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা
বাণিজ্য

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

August 11, 2026
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?
বিনোদন

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

August 11, 2026
Next Post
ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ SOP, ১ আগষ্টৰ পৰা কাৰ্যকৰী

ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ SOP, ১ আগষ্টৰ পৰা কাৰ্যকৰী

৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে

৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.