• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে

৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে

2 years ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

11 minutes ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

3 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

3 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

4 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

4 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

5 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

6 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

6 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

7 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

7 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

8 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে

editor by editor
July 22, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে
0
SHARES
964
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে

এক হৃদয়বিদাৰক দৃশ্য, ৪ বছৰীয়া কনমানি কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ। মৃত্যু কি বুজি উঠাৰ পূৰ্বেই মুখাগ্নিৰ দৰে গধুৰ দায়িত্ব পালন কৰিলে কনমানি এগৰাকীয়ে। যি দৃশ্য দেখি এতিয়া বহু লোকেৰ দুচকুৰে চকুলো নিগৰিছে।

এই দৃশ্য উত্তৰপ্ৰদেশৰ মেৰুটৰ। এগৰাকী বৃদ্ধ পিতৃৰ কনমানি কন্যাৰ কামে শোকস্তব্ধ কৰি তুলিলে অন্য সকলক। সকলোৰে সমুখতে কন্যাই কেৱল সুধি থাকিল- পাপা কি হ’ল, পাপা কিয় শুই আছে, পাপাই কিয় মাত দিয়া নাই।

চেল টেক্স বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়ে ৭৪ দেবেন্দ্ৰ ত্যাগীৰ কাহিনী এয়া। পুত্ৰ-কন্যাৰে ভৰা ঘৰ আছিল এটা সময়ত। দুয়োৰে বিয়া পাতি দি সংসাৰো কৰাই দিয়ে। পুত্ৰ-কন্যা দুয়োৰে ফালৰ পৰা নাতি-নাতিনীয়ো লাভ কৰে। কিন্তু কপালত বিধিয়ে লিখি থৈছে আন এক কাহিনী।

কিন্তু ২০২৮ চনত আহে সেই অতিকে দুখৰ খবৰ। প্ৰথমে হেৰুৱাই ৩৯ বৰ্ষীয় কন্যাক, তাৰ পাছত হেৰুৱাই ৩৬ বৰ্ষীয় পুত্ৰক। পুত্ৰ-কন্যাৰ বিয়োগৰ পাছত বোৱৰী আৰু জোঁৱাইয়েও অন্য অন্য বিয়া পাতি নতুন সংসাৰ কৰি সন্তানসহ আঁতৰি যায়।

যাৰ বাবে একেবাৰে বৃদ্ধ অৱস্থাত একেবাৰে অকলশৰীয়া হৈ পৰে দেবেন্দ্ৰ ত্যাগী আৰু পত্নী। শেষত পৰিয়ালৰ অন্য লোকৰ পৰামৰ্শ মতে ২০২০ চনত টেষ্ট টিউব পদ্ধতিৰে তেঁওলোকৰ সংসাৰলৈ স্বাগতম জনাই আন এটি সন্তানক। সেই তেতিয়াৰে ভালদৰেই আগবাঢ়িছিল সংসাৰ।

কিন্তু বয়সে কিমান কৰিব সহায়, ৰোগত পৰি অৱশেষত ৭৪ বছৰ বয়সত মৃত্যু হয় দেবেন্দ্ৰ ত্যাগীৰ। এতিয়া সংসাৰত কেৱল আছে ৬৬ বৰ্ষীয় পত্নী আৰু ৪ বছৰীয়া কন্যা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Last RitualRitualViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

October 3, 2026
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 3, 2026
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?
বিজ্ঞান

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

October 3, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
Next Post
নীতিশ কুমাৰৰ সপোন ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে, এতিয়া মোদীৰ সংগ এৰি দিব নেকি !

নীতিশ কুমাৰৰ সপোন ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে, এতিয়া মোদীৰ সংগ এৰি দিব নেকি !

অৰ্থনৈতিক জৰীপ দাখিল- খাদ্যৰ নামতে খৰচ দুগুণ, পাকঘৰৰ বাজেটত জুই

অৰ্থনৈতিক জৰীপ দাখিল- খাদ্যৰ নামতে খৰচ দুগুণ, পাকঘৰৰ বাজেটত জুই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.