• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীতিশ কুমাৰৰ সপোন ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে, এতিয়া মোদীৰ সংগ এৰি দিব নেকি !

নীতিশ কুমাৰৰ সপোন ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে, এতিয়া মোদীৰ সংগ এৰি দিব নেকি !

2 years ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

3 minutes ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

27 minutes ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

1 hour ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

2 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

3 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

3 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

4 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

13 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

13 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

14 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

14 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নীতিশ কুমাৰৰ সপোন ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে, এতিয়া মোদীৰ সংগ এৰি দিব নেকি !

editor by editor
July 22, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
নীতিশ কুমাৰৰ সপোন ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে, এতিয়া মোদীৰ সংগ এৰি দিব নেকি !
0
SHARES
484
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নীতিশ কুমাৰৰ সপোন ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে, এতিয়া মোদীৰ সংগ এৰি দিব নেকি !

বিহাৰে দীৰ্ঘদিন ধৰি বিশেষ শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত যেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিক চৰকাৰ গঠনৰ বাবে সমৰ্থন কৰিছিল, তেতিয়া সকলোৱে অনুমান কৰিছিল যে হয়তো বিনিময়ত কেন্দ্ৰীয় চৰকাৰে বিহাৰক বিশেষ ৰাজ্যিক মৰ্যাদা দিব।

কালি সৰ্বদলীয় বৈঠকত বিহাৰে পুৰণি দাবী পুনৰবাৰ উল্লেখ কৰে, তাৰ পিছত এই বিষয়টো পুনৰ চৰ্চালৈ আহে। অৱশ্যে এতিয়া বিহাৰৰ এই দাবী পানী হৈ পৰে। মুখ্যমন্ত্ৰী নীতিশৰ বিহাৰক বিশেষ ৰাজ্যিক মৰ্যাদা দিয়াৰ সপোন পূৰণ নহ’ব।

দৰাচলতে বিহাৰে সংসদত বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবী উত্থাপন কৰিছিল। এই দাবীৰ প্ৰতি সঁহাৰি জনাইছিল ৰাজ্যখনৰ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে। পংকজ চৌধুৰীয়ে কয় যে ইতিমধ্যে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ বৈঠকত বিশেষ মৰ্যাদা শাখাৰ বিষয়ে আলোচনা কৰা হৈছে।
বিশেষ ৰাজ্যৰ মৰ্যাদাৰ বাবে প্ৰয়োজন হোৱা ৰাজ্যসমূহক ইতিমধ্যে এই মৰ্যাদা দিয়া হৈছে। ৰাজ্যসমূহে বিশেষ মৰ্যাদা পাবলৈ কিছুমান মাপকাঠী পূৰণ কৰিব লাগিব। এই পৰিমাপসমূহৰ ওপৰত বিহাৰ ফিট নহয়।

কালি সৰ্বদলীয় বৈঠকত জেডিইউয়ে বিহাৰক বিশেষ ৰাজ্যিক মৰ্যাদা দিবলৈ দাবী জনাইছিল। জেডিইউৰ এই দাবীত বিৰোধী দল আৰজেডিয়েও সমৰ্থন আগবঢ়াইছিল। ইয়াৰ উপৰিও এলজেপিৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানেও এই দাবীক ন্যায্যতা প্ৰদান কৰিছিল। জিতন ৰাম মাঞ্জীও এই কথাত সন্মতি দিছিল। বিহাৰৰ পিছত ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশেও কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ মৰ্যাদা দাবী কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharBihar Special Statenarendra-modinitish kumarSpecial state
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ
জীৱনশৈলী

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি
জীৱনশৈলী

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
Next Post
অৰ্থনৈতিক জৰীপ দাখিল- খাদ্যৰ নামতে খৰচ দুগুণ, পাকঘৰৰ বাজেটত জুই

অৰ্থনৈতিক জৰীপ দাখিল- খাদ্যৰ নামতে খৰচ দুগুণ, পাকঘৰৰ বাজেটত জুই

পেৰিচ অলিম্পিকৰ পাছতে খেলক বিদায় জনাব দেশৰ এইগৰাকী প্ৰবীণ খেলুৱৈয়ে, মৰ্মাহত সতীৰ্থ

পেৰিচ অলিম্পিকৰ পাছতে খেলক বিদায় জনাব দেশৰ এইগৰাকী প্ৰবীণ খেলুৱৈয়ে, মৰ্মাহত সতীৰ্থ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.