যুক্তি আৰু বুদ্ধিমত্তাৰে মিজোৰামক উচিত প্ৰত্যুত্তৰ গৃহ সচিব জিষ্ণু বৰুৱাৰ। আৱেগেৰে কল্পনাতীত, সপোনাৰ সীমা বিচাৰি মিজোৰামে কিমান খেলিব ৰক্তৰঞ্জিত খেল। সাংবিধানিক লিখিত সীমাই অসম-মিজোৰামৰ প্ৰকৃত সীমা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ