বতৰ বিজ্ঞান বিভাগৰ এইবাৰ অৰেঞ্জ এলাৰ্ট, অধিক সংখ্যকতে আছে ইয়েল্ল’ এলাৰ্ট
কালিৰে পৰা ৰাজ্যত পুনৰ ধুমুহা-বৰষুণ। আজিয়ো এলাৰ্ট আছে ৰাজ্যৰ প্ৰত্যোকখন জিলাতে। অধিক সংখ্যকতে আছে ইয়েল্ল’ এলাৰ্ট। পাছে এখন জিলাত আছে অৰেঞ্জ এলাৰ্ট।
অৰেঞ্জ এলাৰ্ট থকা জিলাখনৰ জনসাধাৰণক অধিক সজাগ হৈ থাকিবলৈ আহ্বান বতৰ বিজ্ঞান বিভাগৰ। জিলাখন হৈছে তিনিচুকীয়া জিলা।
জিলাখনত ধুমুহা-বৰষুণৰ লগতে বিজুলী-ঢেৰেকনী আৰু ৪০ কিলোমিটাৰ গতিবেগত বৰষুণ অহাৰ সম্ভাৱনা। ইয়াৰ বাহিৰে অন্য কেউখন জিলাতে অৰেঞ্জ এলাৰ্ট।
পুৱাৰে পৰা সকলোফালে কেৱল বতাহ আৰু বৰষুণ। কিছু কিছু ঠাইত ধুমুহাৰো আগমণ ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















