• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭০ ধাৰা অপসাৰণৰ ৫ বছৰৰ পিছত জম্মু-কাশ্মীৰত নিৰ্বাচনৰ সম্ভাৱনা, কিয় বিশেষ এই নিৰ্বাচন

৩৭০ ধাৰা অপসাৰণৰ ৫ বছৰৰ পিছত জম্মু-কাশ্মীৰত নিৰ্বাচনৰ সম্ভাৱনা, কিয় বিশেষ এই নিৰ্বাচন

2 years ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

48 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

1 hour ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

9 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

10 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

10 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

11 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

12 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

13 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

13 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

14 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

14 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩৭০ ধাৰা অপসাৰণৰ ৫ বছৰৰ পিছত জম্মু-কাশ্মীৰত নিৰ্বাচনৰ সম্ভাৱনা, কিয় বিশেষ এই নিৰ্বাচন

editor by editor
August 16, 2024
in ভাৰত, ৰাজনীতি
0
৩৭০ ধাৰা অপসাৰণৰ ৫ বছৰৰ পিছত জম্মু-কাশ্মীৰত নিৰ্বাচনৰ সম্ভাৱনা, কিয় বিশেষ এই নিৰ্বাচন
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৭০ ধাৰা অপসাৰণৰ ৫ বছৰৰ পিছত জম্মু-কাশ্মীৰত নিৰ্বাচনৰ সম্ভাৱনা, কিয় বিশেষ এই নিৰ্বাচন

২০১৯ চনত ৩৭০ নং ধাৰা অপসাৰণৰ পাছত জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পৰিগণিত হয়। তেতিয়াৰে ৰাজ্যখনে পুনৰ ৰাজ্যৰ মৰ্যাদা পাবৰ বাবে দাবী জনাই আহিছিল। যি দাবীৰ’ উত্তৰত কেন্দ্ৰই বাৰে বাৰে কৈ আহিছিল প্ৰথমে নিৰ্বাচন অনুষ্টিত হ’ব তাৰ পাছতহে ৰাজ্যৰ মৰ্যাদা দিয়া হ’ব।

সেই উদ্দ্যেশেই আজি অনুষ্ঠিত হ’ব লগা নিৰ্বাচন আয়োগৰ বৈঠকলৈ অধীৰ আগ্ৰেহে বাট ছাইছে কাশ্মীৰ বাসীয়ে। সেই বৈঠকতে কাশ্মীৰত নিৰ্বাচন ঘোষণা কৰাৰ সম্ভাৱনা, ২০১৪ চনত শেষবাৰৰ বাবে জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল। তেতিয়া বিজেপি-পিডিপিৰ মিত্ৰতা হৈছিল। অৱশ্যে পিছলৈ বিজেপিয়ে এই মিত্ৰতাৰ পৰা নিজকে আঁতৰাই ৰাখে। ২০১৮ চনত বিজেপি আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰৰ পতন ঘটিছিল।

আজি জম্মু-কাশ্মীৰত ঘোষণা হোৱাৰ সম্ভাৱনা বিধানসভা নিৰ্বাচনৰ দিন। এই ক্ষেত্ৰত ফাৰুক আব্দুল্লাই কয়, তেঁও নিজেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাষ্ট্ৰীয় সন্মিলনে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

১০ বছৰত জম্মু-কাশ্মীৰত কি পৰিৱৰ্তন হৈছে?
জম্মু-কাশ্মীৰ এতিয়া ৰাজ্য নহয়।
লাডাখ এতিয়া জম্মু-কাশ্মীৰৰ অংগ নহয়।
কেন্দ্ৰীয় শাসনৰ অধীনত জম্মু-কাশ্মীৰৰ নিৰ্বাচন।
৩৭০ টা অপসাৰণৰ পিছত প্ৰথম বিধানসভা নিৰ্বাচন।
বিধানসভাৰ আসনৰ সংখ্যা ৯০ লৈ বৃদ্ধি পালে।
এতিয়া ৬ বছৰৰ সলনি ৫ বছৰৰ চৰকাৰ হব।
মুফতি মহম্মদ ছাইদৰ অনুপস্থিতিত নিৰ্বাচন।
গুলাম নবী আজাদে নিজাকৈ সুকীয়া দল গঠন কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bidhan Sabha Electionelectionjammu and kashmirJamu and Kashmir Electionkashmir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?
প্ৰযুক্তি

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

September 28, 2026
Next Post
মহিলাসকললৈ সুখবৰ, মাহেকীয়াৰ সময়ত লাভ কৰিব ছুটি, সেই ছুটিত দৰমহাও কটা নাযায়

মহিলাসকললৈ সুখবৰ, মাহেকীয়াৰ সময়ত লাভ কৰিব ছুটি, সেই ছুটিত দৰমহাও কটা নাযায়

প্ৰথমে পত্নীকেই ভুল ধৰা হয় সদায় ! পাছে বিচ্ছেদৰ এমাহ নহওঁতেই নতুন প্ৰেমিকাৰ সৈতে হাৰ্দিক…

প্ৰথমে পত্নীকেই ভুল ধৰা হয় সদায় ! পাছে বিচ্ছেদৰ এমাহ নহওঁতেই নতুন প্ৰেমিকাৰ সৈতে হাৰ্দিক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.