• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

3 weeks ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

2 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

2 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

4 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

5 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

6 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

6 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

6 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

7 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

8 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

8 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

editor by editor
March 13, 2026
in জীৱনশৈলী
0
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনি আজি মীন ৰাশিত সন্ধিয়া ৭ বাজি ১৩ মিনিটত অস্ত যাব৷ ইয়াৰপাছতেই ২২ এপ্ৰিল ২০২৬ৰ পুৱা প্ৰায় ৪ বাজি ৪৯ মিনিটত আকৌ উদয় হ’ব৷ বৈদিক জ্যোতিষত শনিক কৰ্ম, ন্যায় আৰু অনুশাসনৰ গ্ৰহ বুলি কোৱা হয়৷ শনিয়ে যিকোনো ৰাশিত প্ৰায় আঢ়ৈ বছৰ পৰ্যন্ত থাকে৷ এই সময়ত একাধিকবাৰ শনিয়ে তাৰ অৱস্থান সলনি কৰে৷ যাৰ ভিতৰত মাৰ্গী, বক্ৰী আৰু অস্ত উদয় আছে৷ জ্যোতিষ অনুসৰি শনিয়ে এই সময়ত মীন ৰাশিত অৱস্থান কৰি আছে৷ শনিৰ এই অৱস্থা প্ৰায় ৩৫ দিন পৰ্যন্ত থাকিব৷ জ্যোতিষ অনুসৰি শনিৰ অস্ত যোৱাৰ প্ৰভাৱ প্ৰায় সকলো ৰাশিৰ ওপৰত পৰিব৷ অৱশ্যে কিছু ৰাশিৰ বাবে এই অস্ত দশাই লাভৰ খবৰ আনিছে৷

বৃষ ৰাশি

এই ৰাশিৰ ক্ষেত্ৰত আজিৰ পৰা ইতিবাচক পৰিস্থিতি তৈয়াৰ হব৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা কাম ধীৰ গতিত হ’বলৈ আৰম্ভ কৰিব৷ আৰ্থিক পৰিস্থিতি সলনি হব৷ হঠাৎ অৰ্থলাভৰ যোগ আছে৷ চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব পাৰে৷ স্বাস্থ্য সংক্ৰান্তিয় সমস্যা দূৰ হব৷ পৰিয়ালত পৰিস্থিতি পূৰ্বতকৈ ভালে থাকিব৷ সম্পৰ্কত মধুৰতা বাঢ়িব পাৰে৷ প্ৰেমৰ সম্পৰ্কত সুখৰ সময় অহাৰ সুযোগ পাব পাৰে৷

সিংহ ৰাশি

শনি অস্তই সিংহ ৰাশিৰ কেৰিয়াৰত উন্নতি আনি দিব৷ নতুন চাকৰিৰ সুযোগ সন্মুখত আহিব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি বা দৰমহা বৃদ্ধি হব পাৰে৷ কৰ্মক্ষেত্ৰত বৰিষ্ঠ অধিকাৰীসকলৰ পৰা কামৰ প্ৰশংসা পাব৷ পঢ়ুৱৈসকলৰ বাবে এই সময় অনুকূল থাকিব৷ মনৰ মতেই সফলতা পাব৷ পাৰিবাৰিক সম্পত্তি সংক্ৰান্তিয় পুৰণি গোচৰ দূৰ হোৱাৰ সম্ভাৱনা আছে৷ নতুন সম্পত্তি ক্ৰয়ৰ যোগ আছে৷ স্বাস্থ্য পূৰ্বৰ তুলনাত ভাল হব৷

ধনু ৰাশি

ধনু ৰাশিৰ মানুহৰ বাবে এই সময়ে নতুন সম্ভাৱনা কঢ়িয়াই আনিব৷ বিদেশ যাত্ৰাৰ সুযোগ আহিব পাৰে৷ আপোনাৰ কথাত মধুৰতা থাকিব৷ পৰিয়ালত কোনো শুভ বা মাঙ্গলিক কামৰ আয়োজন হব পাৰে৷ কামৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে আৰু বন্ধুৰ সহযোগিতা পাব৷ সন্তান সংক্ৰান্তিয় কোনো ভাল খবৰ পাব পাৰে৷ পিতৃ-মাতৃৰ সংগ পাব আৰু মন ভাল কৰা কোনো যাত্ৰাৰ সুযোগ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.