• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

7 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

5 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

7 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

7 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

7 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

8 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

9 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

10 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

11 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

11 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

editor by editor
March 13, 2026
in জীৱনশৈলী
0
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?
0
SHARES
934
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষমতে গ্ৰহৰ চলন আৰু পাৰস্পৰিক দূৰত্বই সকলো ৰাশিৰ জাতকৰ জীৱনতেই প্ৰভাৱ পেলায়৷ আৰু যেতিয়া দুই গ্ৰহই ৩০ ডিগ্ৰী দূৰৈত অৱস্থান কৰে তেতিয়াই দ্বিদ্বাদশ যোগ তৈয়াৰ হয়৷ আৰু জ্যোতিষৰ হিচাপ অনুসৰি ১৩ মাৰ্চৰ পুৱা ৮ বাজি ১৭ মিনিটৰ পৰা শুক্ৰ আৰু মঙ্গলে পৰস্পৰৰ পৰা ৩০ ডিগ্ৰী কোণত অৱস্থান কৰিছে৷ যাৰ ফলত তৈয়াৰ হৈছে দ্বিদ্বাদশ যোগ৷ সেই কাৰণে কিছু ৰাশিৰ জীৱন সলনি হৈ পৰিব পাৰে৷

প্ৰকৃততে শুক্ৰ ধন, ঐশ্বৰ্য, সুখ-সুবিধা আৰু বিলাসিতাৰ প্ৰতীক৷ আৰু মঙ্গল, ভূমি, শক্তি, নিৰ্মাণ কাৰ্যৰ প্ৰতিনিধি৷ সেয়ে এই দুই ৰাশিৰ পাৰস্পৰিক অৱস্থানে সম্পত্তি বঢ়াব পাৰে৷ হাতলৈ আহিব পাৰে ধন৷ ইয়াৰোপৰি জীৱনলৈ স্থিৰতা আহিব৷ গোচৰৰ পৰা মুক্তি পাব৷ সেয়ে সময় নষ্ট নকৰি জানি থওক লাকী ৰাশি কি কি?

মেষ ৰাশি

মেষ ৰাশিৰ বাবে সূৰ্য মঙ্গলৰ এই বিশেষ যোগে আৰ্থিক গতিবিধি বঢ়াব পাৰে৷ এই সময়ত আপুনি আয়ৰ নতুন স্ৰোত দেখা পাব৷ পুৰণি পৰিকল্পনা এইবাৰ কামত লাগিব৷ লাভ হ’ব আপোনাৰ৷ ইয়াৰোপৰি সম্পত্তি ক্ৰয়ৰ বহু সুযোগ আহিব পাৰে৷ পৰিস্থিতি অনুকূলে থাকিব৷ ইয়াৰোপৰি পাৰিবাৰিক স্তৰত ভাল সংবাদ পাব পাৰে৷ পৰিয়ালৰ সদস্যৰ পৰা কোনো সুসংবাদ লাভ কৰিব৷ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব৷

সিংহ ৰাশি

এই যুঁটিয়ে আপোনাৰ জীৱনলৈ মঙ্গল কঢ়িয়াই আনিব৷ এই সময়ত আপোনাৰ ঘৰ সলনি হ’ব পাৰে৷ ডাঙৰ কোনো ঘৰলৈ আপুনি ছিফ্ট হ’ব পাৰে৷ ইয়াৰোপৰি প্ৰপাৰ্টিত বিনিয়োগ কৰাৰ সুযোগো তৈয়াৰ হব৷ শ্বেয়াৰবজাৰত বুদ্ধি কৰি বিনিয়োগ কৰি লাভ পাব৷ ঘৰৰ পৰিবেশ শান্ত থাকিব৷ সকলোৱে আপোনাৰ কথা শুনিব৷ পৰিয়ালত ভালপোৱা থাকিব৷ কেৰিয়াৰত নতুন সুযোগ আহিব পাৰে৷ যাৰ ফলত আৰ্থিক স্থিতি ভাল হ’ব পাৰে৷

তুলা ৰাশি

আপোনাৰ বাবেও এই সময় শুভ হ’ব৷ আপোনাৰ ঘৰ, ফ্লেট, মাটি ক্ৰয়ৰ যোগ আছে৷ নতুন সম্পত্তি ক্ৰয়ৰ যোগ তৈয়াৰ হব৷ বহু দিন ধৰি যি কৰিম বুলি ভাৱি আছিল সেয়া কৰিব পাৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ তৈয়াৰ হব৷ কোনো শুভ কামত জড়িত হৈ পৰিব পাৰে৷ আৰ্থিক স্থিতি সলনি হৈ পৰিব৷ কোনো নতুন প্লেন কৰাৰ বাবে শুভ সময়৷ এই পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি জীৱন আগুৱাই যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Next Post
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ...ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.