• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন

ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন

12 months ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

28 minutes ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

1 hour ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

2 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

2 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

3 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

21 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

21 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

22 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

22 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

23 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

24 hours ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন

ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন

editor by editor
February 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বছৰ মহাশিৱৰাত্ৰি পৰিছে ২৬ ফেব্ৰুৱাৰী৷ মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ৷ পৌৰাণিক বিশ্বাস অনুসৰি এই দিনটোত ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিয়া হৈছিল৷ এইবাৰ মহাশিৱৰাত্ৰিত বহু বিৰল আৰু শুভ কাকতালীয় ঘটনা ঘটিব৷ যিয়ে এইবাৰৰ শিৱৰাত্ৰিক আৰু বিশেষ কৰি তুলিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ইয়াৰ প্ৰভাৱ কেইবাটাও ৰাশিৰ ওপৰত অত্যন্ত শুভ হ’ব৷  যিয়ে তেওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ নতুন দুৱাৰ খুলিব৷

এইবাৰ মহাশিৱৰাত্ৰিত কেইবাটাও বিৰল যোগ তৈয়াৰ হৈছে৷ মহাশিৱৰাত্ৰিৰ দিনা সূৰ্য, চন্দ্ৰ আৰু শনিৰ বিশেষ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হৈছে৷ এই যোগ সাফল্য আৰু সমৃদ্ধিৰ প্ৰতীক৷ মহাশিৱৰাত্ৰিৰ দিনা শিৱ যোগ আৰু সিদ্ধ যোগৰ সংমিশ্ৰন ঘটিছে৷ এই যোগত পূজা অৰ্চনা কৰিলে মনোকামনাআ দ্ৰুত পূৰণ হয়৷ ইয়াৰোপৰি মহাশিৱৰাত্ৰিৰ দিনা অমৃত সিদ্ধি যোগো তৈয়াৰ হৈছে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে মহাশিৱৰাত্ৰিয়ে কেইবাটাও সুখৰ খবৰ আনিব৷ কেৱল পদোন্নতিয়েই পাব তেনে নহয়৷ দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে৷ মেষ ৰাশিৰ জাতক জাতিকাৰ যিসকলে কাম কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে সাফল্য পাব৷ ব্যৱসায়ৰ বাবে যি পৰিকল্পনা কৰা হৈছে সেয়াও সুচাৰুৰূপেই বাস্তবায়িত হ’ব৷ নতুন সুযোগে আপোনাৰ আৰ্থিক অৱস্থানক শক্তিশালী কৰিব৷ আপোনাৰ পৰিশ্ৰমৰ ফল আপুনি অৱশ্যই পাব৷

মিথুন ৰাশি

মহাশিৱৰাত্ৰিৰ উৎসৱ মিথুন ৰাশইৰ জাতকৰ বাবে শুভ হ’ব৷ মিথুন ৰাশিৰ জাতক জাতিকাই নতুন কাম কৰাৰ পৰিকল্পনা কৰিলে সফল হ’ব৷ তেওঁলোকে ভাল চুক্তি পাব পাৰে৷ ব্যৱসায়ত আপোনাৰ পৰিকল্পনাই দীৰ্ঘ সময়ত ভাল পৰিণাম দিব৷ আৰ্থিকভাৱে লাভৱান হ’ব আপুনি৷

সিংহ ৰাশি

মহাশিৱৰাত্ৰিত আপোনাৰ ওপৰত ভোলানাথৰ কৃপা বৰ্ষণ হ’ব৷ এই সময়ত ঘটি যোৱা বিৰল কাকতালীয় ঘটনাসমূহে আপোনাৰ অগ্ৰগতিৰ পথ সহজ কৰিব৷ এই সময়ৰ ভিতৰত দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আপুনি বাহন আৰু সম্পত্তি ক্ৰয় কৰিব পাৰে৷ এই সময়ত অৰ্থৰ প্ৰবাহ বৃদ্ধিৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিন ধৰি দাম্পত্য জীৱনত যি অশান্তি আছিল সেয়া দূৰ হ’ব৷

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

January 29, 2026
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
Next Post
কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ

কোন হ'ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ

পুনৰ মাওবাদীৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষ, ১২ নক্সাল নিহত, ২ জোৱান শ্বহীদ

পুনৰ মাওবাদীৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষ, ১২ নক্সাল নিহত, ২ জোৱান শ্বহীদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.