• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন

ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন

1 year ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

1 hour ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

1 hour ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

2 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

3 hours ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

3 hours ago
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

5 hours ago
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

6 hours ago
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

6 hours ago
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

8 hours ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

9 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন

ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন

editor by editor
February 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ভোলানাথৰ আশীৰ্বাদত সুখ সমৃদ্ধিৰ দুৱাৰ খুলিব ৩ৰাশিৰ, মহাশিৱৰাত্ৰিৰ বিৰল যোগৰ সাফল্যৰে ভৰিব জীৱন
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বছৰ মহাশিৱৰাত্ৰি পৰিছে ২৬ ফেব্ৰুৱাৰী৷ মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ৷ পৌৰাণিক বিশ্বাস অনুসৰি এই দিনটোত ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিয়া হৈছিল৷ এইবাৰ মহাশিৱৰাত্ৰিত বহু বিৰল আৰু শুভ কাকতালীয় ঘটনা ঘটিব৷ যিয়ে এইবাৰৰ শিৱৰাত্ৰিক আৰু বিশেষ কৰি তুলিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ইয়াৰ প্ৰভাৱ কেইবাটাও ৰাশিৰ ওপৰত অত্যন্ত শুভ হ’ব৷  যিয়ে তেওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ নতুন দুৱাৰ খুলিব৷

এইবাৰ মহাশিৱৰাত্ৰিত কেইবাটাও বিৰল যোগ তৈয়াৰ হৈছে৷ মহাশিৱৰাত্ৰিৰ দিনা সূৰ্য, চন্দ্ৰ আৰু শনিৰ বিশেষ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হৈছে৷ এই যোগ সাফল্য আৰু সমৃদ্ধিৰ প্ৰতীক৷ মহাশিৱৰাত্ৰিৰ দিনা শিৱ যোগ আৰু সিদ্ধ যোগৰ সংমিশ্ৰন ঘটিছে৷ এই যোগত পূজা অৰ্চনা কৰিলে মনোকামনাআ দ্ৰুত পূৰণ হয়৷ ইয়াৰোপৰি মহাশিৱৰাত্ৰিৰ দিনা অমৃত সিদ্ধি যোগো তৈয়াৰ হৈছে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে মহাশিৱৰাত্ৰিয়ে কেইবাটাও সুখৰ খবৰ আনিব৷ কেৱল পদোন্নতিয়েই পাব তেনে নহয়৷ দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে৷ মেষ ৰাশিৰ জাতক জাতিকাৰ যিসকলে কাম কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে সাফল্য পাব৷ ব্যৱসায়ৰ বাবে যি পৰিকল্পনা কৰা হৈছে সেয়াও সুচাৰুৰূপেই বাস্তবায়িত হ’ব৷ নতুন সুযোগে আপোনাৰ আৰ্থিক অৱস্থানক শক্তিশালী কৰিব৷ আপোনাৰ পৰিশ্ৰমৰ ফল আপুনি অৱশ্যই পাব৷

মিথুন ৰাশি

মহাশিৱৰাত্ৰিৰ উৎসৱ মিথুন ৰাশইৰ জাতকৰ বাবে শুভ হ’ব৷ মিথুন ৰাশিৰ জাতক জাতিকাই নতুন কাম কৰাৰ পৰিকল্পনা কৰিলে সফল হ’ব৷ তেওঁলোকে ভাল চুক্তি পাব পাৰে৷ ব্যৱসায়ত আপোনাৰ পৰিকল্পনাই দীৰ্ঘ সময়ত ভাল পৰিণাম দিব৷ আৰ্থিকভাৱে লাভৱান হ’ব আপুনি৷

সিংহ ৰাশি

মহাশিৱৰাত্ৰিত আপোনাৰ ওপৰত ভোলানাথৰ কৃপা বৰ্ষণ হ’ব৷ এই সময়ত ঘটি যোৱা বিৰল কাকতালীয় ঘটনাসমূহে আপোনাৰ অগ্ৰগতিৰ পথ সহজ কৰিব৷ এই সময়ৰ ভিতৰত দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আপুনি বাহন আৰু সম্পত্তি ক্ৰয় কৰিব পাৰে৷ এই সময়ত অৰ্থৰ প্ৰবাহ বৃদ্ধিৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিন ধৰি দাম্পত্য জীৱনত যি অশান্তি আছিল সেয়া দূৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা
জীৱনশৈলী

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

August 2, 2026
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!
জীৱনশৈলী

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

August 2, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

August 2, 2026
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!
বাণিজ্য

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

August 2, 2026
Next Post
কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ

কোন হ'ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ

পুনৰ মাওবাদীৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষ, ১২ নক্সাল নিহত, ২ জোৱান শ্বহীদ

পুনৰ মাওবাদীৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষ, ১২ নক্সাল নিহত, ২ জোৱান শ্বহীদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.