• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশৰ ৰাণী…পাণ্ডিয়াৰ পৰা কেনেকৈ উইলিয়ামছ হ’ল সুনীতা?

মহাকাশৰ ৰাণী…পাণ্ডিয়াৰ পৰা কেনেকৈ উইলিয়ামছ হ’ল সুনীতা?

1 year ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

6 minutes ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

1 hour ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

2 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

3 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

3 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

4 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

5 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

5 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

5 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

6 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

21 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশৰ ৰাণী…পাণ্ডিয়াৰ পৰা কেনেকৈ উইলিয়ামছ হ’ল সুনীতা?

মহাকাশৰ ৰাণী...পাণ্ডিয়াৰ পৰা কেনেকৈ উইলিয়ামছ হ’ল সুনীতা?

editor by editor
March 19, 2025
in জীৱনশৈলী
0
মহাকাশৰ ৰাণী…পাণ্ডিয়াৰ পৰা কেনেকৈ উইলিয়ামছ হ’ল সুনীতা?
0
SHARES
925
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাশূন্যৰ পৰা পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ৷ দীৰ্ঘ ৯মাহৰ পাছত পৃথিৱীত ভৰি থৈছে সুনীতা আৰু তেওঁৰ সহযোগী নভোশ্চৰসকলে৷ মহিলা নভোশ্চৰ হিচাপে খুবেই চৰ্চাত থকা সুনীতা উইলিয়ামছৰ জীৱনৰ বিষয়ে বহুজনেই এতিয়া জানিবলৈ আগ্ৰহীও হৈ উঠিছে৷ সুনীতা উইলিয়ামছ কোন? নভোশ্চৰেই তেওঁৰ একমাত্ৰ পৰিচয় নে? ৫৯ বছৰ বয়সীয়া এই মহাকাশচাৰীক আজি সমগ্ৰ বিশ্বই বাহ বাহ দিছে৷ মহিলা আজি মহাকাশত বুলি বহু মহিলাই তেওঁক লৈ গৰ্বিতও হৈছে৷ তেওঁ সাহস হৈ পৰিছে বহুজনৰ বাবে৷ কিন্তু সুনীতা পাণ্ডিয়াৰ পৰা তেওঁ কেনেকৈ হৈ উঠিল সুনীতা উইলিয়ামছ? পৃথিৱীলৈ উভতি অহাৰ পাছত তেওঁৰ স্বামীয়েও এতিয়া স্বাস্তিৰ নিঃশ্বাস পেলাইছে৷ চৰ্চাত নহা সুনীতাৰ স্বামীৰ পৰিচয়ো এতিয়া বহুজনেই জানিবলৈ আগ্ৰহী হৈ উঠিছে৷ কেনেকৈ সুনীতাৰ প্ৰেমত পৰিছিল সেই ব্যক্তি?

সুনীতা উইলিয়ামছৰ স্বামীৰ নাম মাইকেল জে উইলিয়ামছ৷ মাইকেল এজন ফেডাৰেল মাৰ্ছেল৷ তেওঁ এতিয়া অৱসৰী৷ ইয়াৰ পূৰ্বে তেওঁ হেলিকপ্টাৰ পাইলট আছিল৷ মাৰ্কিন নৌবাহিনীত সুনীতাৰ সৈতে তেওঁৰ দেখা হৈছিল৷ তাতেই দুজনে হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্ত আছিল৷ দুয়ো বিবাহপাশত আৱদ্ধ হোৱাও ২৫ বছৰ পাৰ হৈছে৷

সুনীতাৰ শিঁপা ভাৰতৰ৷ আমেৰিকাৰ বাসিন্দা হ’লেও তেওঁৰ পিতৃ ভাৰতৰ৷ সুনীতাৰ পিতৃ গুজৰাটৰ পৰা আমেৰিকালৈ গৈছিল৷ তেওঁৰ নাম আছিল ডঃ দীপক পাণ্ডিয়া৷ সুনীতাৰ মাতৃ আছিল স্লোভেনিয় বংশোদ্ভুতৰ৷ সুনীতাহঁতৰ মুঠ ৩গৰাকী ভায়েক ভনীয়েক৷ বিবাহৰ পূৰ্বে কলেজত আৰু নৌবাহিনীত চাকৰি কৰাৰ সময়ত সুনীতাৰ উপাধিও পাণ্ডিয়াই আছিল৷ পিতৃ পৰিচয়ক লগত লৈ আগুৱাইছিল সুনীতা৷ পিতৃ দীপক পাণ্ডিয়া এজন স্মায়ুতন্ত্ৰবিদ, তেওঁ গুজৰাটৰ মেহছানা জিলাৰ ঝুলাসন গাওঁত জন্মগ্ৰহণ কৰিছিল৷ ১৯৫৮ চনত তেওঁ চিকিৎসাবিজ্ঞানত উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ আমেৰিকালৈ যায়৷ অৱশ্যে তেওঁ এতিয়া এই পৃথিৱীত নাই৷ ২০২০ চনত সুনীতাৰ পিতৃ চিকিৎসক দীপক পাণ্ডিয়াই ইহলীলা ত্যাগ কৰিছে৷

নব্বৈৰ দশকৰ শেষৰ দিশত সুনীতাই মাইকেল জে কক বিয়া কৰোৱাই৷ তেওঁলোকৰ বিবাহৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে৷ উইলিয়ামছক বিয়া কৰোৱাৰ পাছত তেওঁ নিজৰ নামৰ সৈতে উইলিয়ামছ উপাধি লিখে৷ উইলিয়ামছ উপাধি লিখিলেও সুনীতাই নিজকে প্ৰতিসময়তে ভাৰতীয় বুলি কৈ গৌৰৱ কৰে৷ আনকি মহাকাশ অভিযানৰ সময়ত তেওঁ পিতৃৰ পৰিচয়, গুজৰাটি উৎপত্তি আৰু হিন্দু সংস্কৃতিৰ কথা উল্লেখ কৰিছে৷ এতিয়াও তেওঁ নামৰ সৈতে পিতৃৰ উপাধিও বহন কৰে৷ নিজা স্বাক্ষৰত সুনীতাই লিখে সুনীতা পাণ্ডিয়া উইলিয়ামছ৷

মাইকেল জে উইলিয়াছ এজন অৱসৰপ্ৰাপ্ত ফে়ডাৰেল মাৰ্ছেল৷ তেওঁ মাৰ্কিন নৌবাহিনীত হেলিকপ্টাৰ পাইলট হিচাপে কাম কৰিছিল৷ তেওঁ পেছাগত পটভূমিত সামৰিক আৰু আইন প্ৰয়োগৰাকী সংস্থাতো অন্তৰ্ভুক্ত হৈ আছিল৷ বৰ্তমান তেওঁ অৱসৰী জীৱন উপভোগ কৰি আছে৷ জে উইলিয়ামচ আমেৰিকান বংশোদ্ভুতৰ৷ সুনীতাৰ সৈতে লগ পোৱাৰ পূৰ্বে তেওঁ নৌবাহিনীত প্ৰশিক্ষণপ্ৰাপ্ত আছিল৷ মাইকেল এজন শান্ত আৰু অমায়িক ব্যক্তি হিচাপে পৰিচিত৷ মাইকেলে সদায়েই সুনীতাক সকলো কামতেই আগুৱাই দি আহিছে৷ যাৰবাবে সুনীতাইয়ো প্ৰতিসময়তে স্বামীৰ প্ৰশংসাৰে পঞ্চমুখ হৈ আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

April 1, 2026
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?
জীৱনশৈলী

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

April 1, 2026
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?
জীৱনশৈলী

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

April 1, 2026
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?
জীৱনশৈলী

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

April 1, 2026
Next Post
কেইটামান দিনৰ পাছতেই বাসন্তী পূজা, এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা? বিৰল যোগত কোন কোন ৰাশিৰ উন্নতি হ’ব?

কেইটামান দিনৰ পাছতেই বাসন্তী পূজা, এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা? বিৰল যোগত কোন কোন ৰাশিৰ উন্নতি হ’ব?

২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.