• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোটেলত মৃত্যুৰ কিৰিলি, ১৬ ৰ পৰা ৬৬ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা, অগ্নিদ্বগ্ধ ৫০ৰো অধিক

হোটেলত মৃত্যুৰ কিৰিলি, ১৬ ৰ পৰা ৬৬ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা, অগ্নিদ্বগ্ধ ৫০ৰো অধিক

1 year ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

10 minutes ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

9 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

10 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

10 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

11 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

11 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

11 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

12 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

12 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হোটেলত মৃত্যুৰ কিৰিলি, ১৬ ৰ পৰা ৬৬ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা, অগ্নিদ্বগ্ধ ৫০ৰো অধিক

editor by editor
January 21, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
হোটেলত মৃত্যুৰ কিৰিলি, ১৬ ৰ পৰা ৬৬ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা, অগ্নিদ্বগ্ধ ৫০ৰো অধিক
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোটেলত মৃত্যুৰ কিৰিলি, ১৬ ৰ পৰা ৬৬ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা, অগ্নিদ্বগ্ধ ৫০ৰো অধিক

তুৰস্কৰ এখন হোটেলত সংঘটিত হৈছে অতিকে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। উত্তৰ-পশ্চিম তুৰস্কৰ এখন স্কি ৰিজৰ্ট হোটেলত এই অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডৰ ফলত বৰ্তমানৈ প্ৰাণ হেৰুৱালে ৬৬ গৰাকী লোকে। জীৱন্তে অগ্নিদ্বগ্ধ হৈ প্ৰাণ হেৰুৱায় এই সকল লোকে।

আজি পুৱতি নিশা ৩.৩০ মান বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনা। ১২ মহলীয়া এই হোটেলত মাথো কিছু সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে। প্ৰাণ ৰক্ষাৰ বাবে বহু লোকে হোটেলৰ পৰা জপিয়াই দিয়ে, কিন্তু বেয়াকৈ আঘাত পাই তাৰেও কিছু লোক মৃত্যু মুখত পৰে।

আনহাতে এই অগ্নিকাণ্ডত ৫০ৰো অধিক লোক অগ্নিদগ্ধ হয়। ইয়াৰে কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক। যাৰ বাবে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ আশংকা ব্যক্তি কৰিছে প্ৰশাসনৰ ফালৰ পৰা।

ঘটনাৰ বিষয়ে খবৰ লাভৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হয়। বহু কষ্টৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে এই জুই। লগতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, এই ভয়ংকৰ অগ্নিকাণ্ড দেখিয়ে, ভয়তে হোটেলৰ পৰা পলায়নৰ চেষ্টা কৰোতে অট্টালিকাৰ পৰা জপিয়াই ওলাই আহে বহু লোকে। হোটেলখনৰ ফালৰ পৰা জনোৱা মতে, হোটেলখনত ঘটনাৰ সময়ত ২৩৪ জন অতিথি আছিল।

এতিয়ালৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই, তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। জানিব পৰা মতে, ৩০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু ২৮খন এম্বুলেন্স সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। সাহায্য আৰু উদ্ধাৰ অভিযান এতিয়াও চলি আছে। ঘটনাৰ সময়ত হোটেলত এলাৰ্ম বজা নাছিল বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Fire BlastHotel FireMassive fireTurkey Hotel Fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 7, 2026
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
Next Post
৩৯৬ বছৰৰ পাছত বিৰল মহাজাগতিক ঘটনা! আজিৰে পৰা এমাহলৈ দেখা পাব এই দৃশ্য

৩৯৬ বছৰৰ পাছত বিৰল মহাজাগতিক ঘটনা! আজিৰে পৰা এমাহলৈ দেখা পাব এই দৃশ্য

সিদ্ধিদাতাৰ আশীৰ্বাদত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ, তালিকাত আছেনে আপুনি?

সিদ্ধিদাতাৰ আশীৰ্বাদত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ, তালিকাত আছেনে আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.